ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Parliament Winter session I পাঁচ বছৰত বন্ধ হ’ল ২ লক্ষাধিক ব্যক্তিগত কোম্পানী, সংসদত তথ্য দাখিল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 2, 2025
Reading Time: 1 min read
A A
0
Parliament Winter Session I সংসদ নাটকৰ ঠাই নহয়, অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে মোদীৰ তীৰ্যক মন্তব্য

Oplus_131072

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal | ASSAM TIMES POST

বিগত পাঁচ বছৰত দেশত দুই লাখৰো অধিক ব্যক্তিগত খণ্ডৰ কোম্পানী বন্ধ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে সংসদত এই কথা অৱগত কৰে। প্ৰতিবছৰে কিমানটা ব্যক্তিগত খণ্ডৰ কোম্পানী বন্ধ হৈ গৈছে তাৰ পৰিসংখ্যাও সংসদত দাখিল কৰা হয়।

Parliament Winter session I
পাঁচ বছৰত বন্ধ হ’ল ২ লক্ষাধিক ব্যক্তিগত কোম্পানী:

সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰক সোধা হৈছিল যে বিগত পাঁচ বছৰত কিমানটা ব্যক্তিগত খণ্ডৰ সংস্থা বন্ধ হৈ গৈছে।

সেই সংস্থাসমূহ বন্ধ হোৱাৰ বাবে চাকৰি হেৰুওৱা লোকসকলক পুনৰ সংস্থাপনৰ বাবে কিবা পদক্ষেপ লৈছে নেকি বুলিও প্রশ্ন কৰা হয়৷ সোমবাৰে লোকসভাত কৰ্প’ৰেট পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই উক্ত প্ৰশ্নৰ লিখিত উত্তৰ দিয়ে। তেওঁ কয় যে বিগত পাঁচ বছৰত দেশত ২,০৪,২৬৮টা ব্যক্তিগত খণ্ডৰ সংস্থা বন্ধ হৈ আছে। অৱশ্যে নিবনুৱাসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ হাতত কোনো প্ৰস্তাৱ নাই।

বিগত পাঁচ বছৰত প্ৰতিটো বিত্তীয় বৰ্ষত কিমান সংস্থা বন্ধ হৈ গৈছে তাৰ পৰিসংখ্যাও সংসদত দাখিল কৰে কেন্দ্ৰই। ইয়াৰ পৰা দেখা গৈছে যে যোৱা বিত্তীয় বৰ্ষত (২০২৪-২৫) ২০,৩৬৫ টা সংস্থা বন্ধ হৈছিল। সৰ্বাধিক সংখ্যক বন্ধ হৈছে কোভিড আৰু কোভিড পৰৱৰ্তী সময়ছোৱাত। ২০২১-২২ বিত্তীয় বৰ্ষত দেশত ৬৪,০৫৪ টা কোম্পানী বন্ধ হৈছিল।

ইয়াৰ পিছৰ বিত্তীয় বৰ্ষত ৮৩,৪৫২ টা কোম্পানী বন্ধ হৈ পৰে। বিগত পাঁচ বছৰৰ পৰিসংখ্যা মতে, এই সময়ছোৱাত তুলনামূলকভাৱে অধিক সংখ্যক কোম্পানী বন্ধ হৈছিল। কিন্তু কেন্দ্রৰ প্রত্যুত্তৰত এই সময়ছোৱাত ইমান বৃহৎ সংখ্যক ব্যক্তিগত কোম্পানী কিয় বন্ধ হৈ গ’ল সেই কথাৰ উত্তৰ নাই৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০২০-২১ চনত ১৫,২১৬টা আৰু ২০২৩-২৪ চনত ২১,১৮১টা কোম্পানী বন্ধ হৈছিল। অৰ্থাৎ চৰকাৰী পৰিসংখ্যাৰ পৰা স্পষ্ট যে বিগত পাঁচ বছৰত বিশেষকৈ কোভিড আৰু কোভিড পৰৱৰ্তী সময়ছোৱাত আৰু বহু কোম্পানী বন্ধ হৈ গৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে এই দুই লাখৰো অধিক কোম্পানীৰ ভিতৰত কিছুমান ক্ষেত্ৰত কোম্পানীটো আন এটা কোম্পানীত একত্ৰিত হৈছে, কোনোবা কোম্পানীক আন এটা নামলৈ ৰূপান্তৰিত কৰা হৈছে বা কোনো কোম্পানী সম্পূৰ্ণৰূপে নাইকিয়া হৈছে। কোম্পানী আইন, ২০১৩ৰ অধীনত তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে।

সাধাৰণতে যদি কোনো কোম্পানীয়ে দীৰ্ঘদিন ধৰি কোনো ব্যৱসায়িক কাৰ্যকলাপ চলাই নাথাকে তেন্তে কোম্পানী আইন অনুসৰি ৰেকৰ্ডৰ পৰা আঁতৰাই পেলোৱা হয়। ইয়াৰ উপৰি এটা কোম্পানীয়ে প্ৰয়োজনীয় চৰ্ত পূৰণ কৰি নিজাববীয়াকৈ নাম আঁতৰোৱাৰ বাবেও আবেদন কৰিব পাৰে। আন এক লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১৬ জুলাইলৈকে মুঠ ১,৮৫,৩৫০টা কোম্পানী বন্ধ হৈ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পাঁচ বছৰত বন্ধ হ’ল ২ লক্ষাধিকব্যক্তিগত কোম্পানীসংসদত তথ্য দাখিল
Share4Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d