ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Khaleda Zia health condition I  বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ শাৰীৰিক অৱস্থা অতি সংকটজনক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 29, 2025
Reading Time: 1 min read
A A
0
Khaleda Zia health condition I  বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ শাৰীৰিক অৱস্থা অতি সংকটজনক

Oplus_131072

RELATED POSTS

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

New Logo Smal | ASSAM TIMES POST

বি এন পিৰ অধ্যক্ষ তথা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ (Khaleda Zia) শাৰীৰিক অৱস্থা ‘অতি সংকটজনক’। শুকুৰবাৰে এই কথা প্ৰকাশ কৰে তেওঁৰ দলৰ সাধাৰণ সম্পাদক ফখৰুল ইছলাম আলমগীৰে। এই খবৰ লাভ কৰাৰ পিছতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে উদ্বেগ প্ৰকাশ কৰে।

Khaleda Zia health condition I 
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ শাৰীৰিক অৱস্থা অতি সংকটজনক:

তেওঁৰ কাৰ্যালয়ে আবেদন জনাইছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক। অন্তৱৰ্তীকালীন চৰকাৰেও সম্ভৱপৰ সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিছে।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক উশাহ-নিশাহত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে যোৱা দেওবাৰে ঢাকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, নেত্ৰীগৰাকীৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁত সংক্ৰমণ হৈছে। চি চি ইউত চিকিৎসাধীন হৈ আছে তেওঁ। সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি, বি এন পিৰ মহাসচিবগৰাকীয়ে কয় যে ৮০ বছৰীয়া নেত্ৰীগৰাকীৰ অৱস্থা সংকটজনক।

মহম্মদ ইউনুছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ বিষয়ে খবৰ কৰিছে। লগতে সকলো ধৰণৰ চিকিৎসা সাহায্যৰ প্ৰতিশ্ৰুতি দি তেওঁ কয়, “চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি হ’ব নালাগে। চৰকাৰে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব।” তেওঁ লগতে কয়, “গণতন্ত্ৰৰ উত্থানৰ এক গুৰুত্বপূৰ্ণ সময়ত বেগম খালেদা জিয়া ৰাষ্ট্ৰৰ অন্যতম প্ৰেৰণা। তেওঁৰ সুস্বাস্থ্য দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: জিয়াৰ শাৰীৰিক অৱস্থা অতি সংকটজনকবাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি
Share5Tweet3Send

Related Posts

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

by News Desk
October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

by News Desk
October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

by News Desk
October 26, 2026
50
Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d