ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina I হাছিনাক প্ৰত্যৰ্পণৰ বাবে ঢাকাৰ পত্ৰ, কি ক’লে মোদী চৰকাৰে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 27, 2025
Reading Time: 1 min read
A A
0
Sheikh Hasina I শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal | ASSAM TIMES POST

বাংলাদেশে শ্বেখ হাছিনাক (Sheikh Hasina) প্ৰত্যৰ্পণৰ বাবে কৰা অনুৰোধৰ পৰীক্ষা চলি আছে। নতুন দিল্লীয়ে বুধবাৰে এই কথা প্ৰকাশ কৰে। যোৱা সপ্তাহত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে পুনৰ ভাৰতলৈ এখন কূটনৈতিক পত্ৰ প্ৰেৰণ কৰিছিল, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাক প্ৰত্যৰ্পণৰ বাবে। এই সন্দৰ্ভত ভাৰতে আনুষ্ঠানিকভাৱে মন্তব্য কৰিছে।

Sheikh Hasina I
হাছিনাক প্ৰত্যৰ্পণৰ বাবে ঢাকাৰ পত্ৰ, কি ক’লে মোদী চৰকাৰে:

বুধবাৰে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সাপ্তাহিক সংবাদমেলত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালক এই সন্দৰ্ভত সোধাত হাছিনাৰ প্ৰত্যৰ্পণৰ অনুৰোধ লাভ কৰা বুলি স্বীকাৰ কৰি তেওঁ কয়, “হয়, আমি অনুৰোধ লাভ কৰিছোঁ। আমি ন্যায়িক আৰু আভ্যন্তৰীণ আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে ইয়াক পৰীক্ষা কৰি আছোঁ।”

ৰণধীৰে লগতে কয় যে বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থত ভাৰত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে গঠনমূলকভাৱে জড়িত হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই ব্যাখ্যা কৰে যে বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থৰ অৰ্থ হ’ল দেশখনত শান্তি, গণতন্ত্ৰ, সৰ্বাংগীণ প্ৰক্ৰিয়া, স্থিতিশীলতা।

ইয়াৰ পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতলৈ কূটনৈতিক বাৰ্তা প্ৰেৰণ কৰিছিল। নতুন দিল্লীয়েও সেই কূটনৈতিক বাৰ্তা লাভ কৰা বুলি স্বীকাৰ কৰে। কিন্তু ইয়াৰ প্ৰতি সঁহাৰি জনাই কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়া ৰাজহুৱা কৰা হোৱা নাই। সেই বাৰ্তা আহি পোৱাৰ সময়ত বাংলাদেশ ন্যায়াধিকৰণে হাছিনাৰ ওপৰত তেতিয়ালৈ ৰায় দিয়া নাছিল।

অৱশ্যে শেহতীয়াকৈ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাৰ বিৰুদ্ধে গোচৰৰ ৰায়দান কৰে। বাংলাদেশ ন্যায়াধিকৰণে তেওঁক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছে। ইয়াৰ পিছতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে শুকুৰবাৰে পুনৰ ভাৰতলৈ বাৰ্তা প্ৰেৰণ কৰি হাছিনাক প্ৰত্যৰ্পণৰ দাবী জনায়।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে শুকুৰবাৰে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তলৈ বিশেষ পত্ৰবাহকৰ জৰিয়তে এখন চুটি পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত উল্লেখ কৰা হৈছে যে ভাৰতীয় উচ্চায়ুক্তই অতি সোনকালে নতুন দিল্লীত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰখন প্ৰেৰণ কৰক।

দেওবাৰে ৰাজহুৱা কৰা হয় এই তথ্য। ইয়াৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ত প্ৰথমবাৰৰ বাবে মন্তব্য কৰিছে। বুধবাৰে বিয়লি পুনৰ কূটনৈতিক বাৰ্তা সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনে মন্তব্য কৰে।

হাছিনাৰ প্ৰত্যৰ্পণৰ দাবীত কূটনৈতিক বাৰ্তা সন্দৰ্ভত ঢাকাত এখন সংবাদমেলত ভাষণ দি তেওঁ কয়, “কোনো উত্তৰ পোৱা নাই। আমি ইমান সোনকালে উত্তৰ আশা কৰা নাই।” হাছিনাৰ ওপৰত ন্যায়াধিকৰণৰ ৰায়দানৰ পিছত পৰিস্থিতি সলনি হোৱা বুলিও তৌহিদে সোঁৱৰাই দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কি ক’লে মোদী চৰকাৰেহাছিনাক প্ৰত্যৰ্পণৰ বাবে ঢাকাৰ পত্ৰ
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d