ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India I অনিৰ্দিষ্টকাললৈ বিধেয়ক এখন ৰখাই থোৱাটো সঠিক নহয়, ৰাষ্ট্ৰপতি-ৰাজ্যপালকো সময়সীমা দিব নোৱাৰি: উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 21, 2025
Reading Time: 1 min read
A A
0
Supreme Court challenging the automatic disqualification of a MP or MLA:

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

যদি ৰাজ্যপালে কোনো বিধেয়কত সন্মতি নিদিয়ে তেন্তে সেইখন পুনৰ বিধানসভালৈ প্ৰেৰণ কৰিব লাগিব। ৰাজ্যপালে বিধেয়কখন ৰখাই থব নোৱাৰে। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ (Supreme Court) সংবিধান বিচাৰপীঠে বৃহস্পতিবাৰে ‘প্ৰেচিডেন্সিয়েল ৰেফাৰেন্স’ গোচৰত এই পৰ্যবেক্ষণ কৰে।

Supreme Court of India I
অনিৰ্দিষ্টকাললৈ বিধেয়ক এখন ৰখাই থোৱাটো সঠিক নহয়:

মুখ্য ন্যায়াধীশৰ উপৰি সংবিধান বিচাৰপীঠত আছে ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ এ এছ চন্দ্ৰকাৰ।

ৰাজ্যিক বিধায়িনী দলে কোনো বিধেয়ক গৃহীত কৰি ৰাজ্যপালৰ ওচৰলৈ গ’লে কি কৰিব লাগে সেই বিষয়ে ব্যাখ্যা কৰিছে উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে শীৰ্ষ আদালতে কয় যে ৰাজ্যপালৰ হাতত তিনিটা সাংবিধানিক বিকল্প আছে- ১) বিধেয়কত স্বাক্ষৰ কৰা, ২) ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা, ৩) তেওঁৰ সন্মতি নিদিয়াকৈ বিধেয়কখন বিধানসভালৈ ঘূৰাই পঠোৱা।

একে সময়তে পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে এই তিনিটা বিকল্পৰ ভিতৰত কোনটো বিকল্প বাছি ল’ব সেইটো ৰাজ্যপালৰ ওপৰত নিৰ্ভৰশীল। সাংবিধানিক বিচাৰপীঠে কয় যে এইটো আদালতৰ বিবেচনাৰ বিষয় নহয়।

মুখ্য ন্যায়াধীশ গাভায়ে কয়, “ৰাজ্যপালৰ সিদ্ধান্ত ল’বলগীয়া সময়সীমাও আদালতে নিৰ্ধাৰণ কৰিব নোৱাৰে।”
একে সময়তে উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ কাম কেনেদৰে কৰিছে সেয়া আদালতৰ বিচাৰৰ বিষয় নহয়।

কিন্তু দীৰ্ঘদিনলৈ নিষ্ক্ৰিয়তা, অনিৰ্দিষ্টকালৰ বাবে কোনো বিলৰ সিদ্ধান্ত লোৱাত পলম হোৱা আৰু তাৰ কোনো ব্যাখ্যা নিদিয়া ক্ষেত্ৰত– এই সকলোবোৰ ক্ষেত্ৰত আদালতে সীমিত নিৰ্দেশনা দিব পাৰে, যাতে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰে।

বৃহস্পতিবাৰে ৰায়দানৰ সময়ত শীৰ্ষ ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ কাম-কাজত সাধাৰণ ন্যায়িক হস্তক্ষেপ হ’ব নোৱাৰে। কিন্তু সংবিধান বিচাৰপীঠে কয় যে দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয়তা থাকিলে সাংবিধানিক আদালতে হস্তক্ষেপ কৰিব পাৰে।

সংবিধানৰ ১৪৩ নং অনুচ্ছেদৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ে কয় যে প্ৰতিবাৰেই বিধেয়ক সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ’লেই উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাটো ৰাষ্ট্ৰপতিৰ কোনো বাধ্যবাধকতা নাই। উচ্চতম ন্যায়ালয়ে ১৪২ অনুচ্ছেদ

অনুসৰি, ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যদিহে বিধেয়কখন আইনত পৰিণত নহয় তেন্তে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰিব।
উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধানসভাই গৃহীত কৰা বিধেয়কখনক সন্মতি দিব নে নিদিয়ে সেই সিদ্ধান্ত লোৱাৰ সময়সীমা দিছিল।

ইয়াৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মুৱে এই সন্দৰ্ভত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ ১৪টা প্ৰশ্ন প্ৰেৰণ কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মতামত লোৱাৰ পিছত যোৱা জুলাইৰ পৰা মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত সাংবিধানিক বিচাৰপীঠত ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্স গোচৰৰ শুনানি চলি আছিল।

সাধাৰণতে কোনো ৰাজ্যৰ বিধায়িনী দলে বিধেয়ক গৃহীত কৰিলে ৰাজ্যপালৰ সন্মতিৰ বাবে সেই বিধেয়কখন পঠিওৱা হয়। যদি ৰাজ্যপালে নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধেয়কখনৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব নোৱাৰে তেন্তে ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে।

সংবিধানৰ ২০১ নং অনুচ্ছেদ অনুসৰি, যেতিয়া কোনো বিধেয়ক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয় তেতিয়া তেওঁৰ হাতত দুটা বিকল্প থাকে- হয় বিধেয়কখনত সন্মতি দিয়া, নহ’লে নাকচ কৰা। কিন্তু সংবিধানে ইয়াৰ বাবে ৰাষ্ট্ৰপতিক কোনো সময়সীমা নিদিয়ে। এই বিষয়ে বাৰে বাৰে বিতৰ্কৰ বিষয় হৈ আহিছে।

এনে পৰিপ্ৰেক্ষিতত ১২ এপ্ৰিলত তামিলনাডু চৰকাৰে দাখিল কৰা গোচৰৰ ৰায় ঘোষণা কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক তিনি মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশত উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু লোকে আপত্তি কৰে।

এই প্ৰশ্নও উত্থাপন হৈছিল যে ৰাষ্ট্ৰপতিক নিৰ্দেশনা দিয়াৰ ক্ষমতা আদালতৰ আছে নেকি? এই বিষয়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বিধেয়কখনত ৰাজ্যপালৰ স্বাক্ষৰ কৰাৰ সময়সীমা নিৰ্ধাৰণৰ বিৰোধিতা কৰা বুলি কৈছিল।

Tags: অনিৰ্দিষ্টকাললৈ বিধেয়ক এখন ৰখাইউচ্চতম ন্যায়ালয়থোৱাটো সঠিক নহয়ৰাষ্ট্ৰপতি-ৰাজ্যপালকো সময়সীমা দিব নোৱাৰি:
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

by Staff Reporter
June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx