ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cold wave । শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 19, 2025
Reading Time: 1 min read
A A
0
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

নৱেম্বৰৰ প্ৰথমাৰ্ধতে উত্তৰ ভাৰতত শীতল ঢৌৱে (Cold Wave) আঘাত হানিছে। এতিয়া ই কেৱল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা বা ৰাজস্থানত সীমাবদ্ধ হৈ থকা নাই। দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে নৱেম্বৰৰ প্ৰতিদিনে নূন্যতম তাপমাত্ৰা স্বাভাৱিকতকৈ কম হ’ব। ফলত শীতৰ আৰম্ভণিতে ঠাণ্ডাৰ সম্পূৰ্ণ প্ৰভাৱ অনুভৱ কৰা হৈছে। এই কথা উল্লেখ কৰিছে দিল্লীৰ বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া এক প্ৰতিবেদনত।

Cold wave ।
শীতৰ আৰম্ভণিতে কঁপিছে উত্তৰ আৰু মধ্য ভাৰত:

ভাৰতৰ কেইবাটাও স্থানত নৱেম্বৰ মাহৰ সৰ্বনিম্ন তাপমাত্ৰা কেতিয়াবা স্বাভাৱিকতকৈ ২ ডিগ্ৰী চেলছিয়াছ তলত থাকে। কিছুমান দিনত ৬ ডিগ্ৰী পৰ্যন্ত হয়। বতৰ বিজ্ঞানীসকলে জনোৱা মতে অহা সপ্তাহত পাঁচ দিনলৈ দেশৰ প্ৰায় সকলো ঠাইতে নূন্যতম উষ্ণতা স্বাভাৱিক বা স্বাভাৱিকতকৈ কম হ’ব।

গ্ৰামাঞ্চলত, মফচলীয়ৰ পৰা চহৰলৈকে, সকলোতে ঠাণ্ডা অনুভৱ কৰা হ’ব। পূব ভাৰতত ১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ বংগৰ সকলো জিলায়ে মধ্যমীয়াৰ পৰা ডাঠ কুঁৱলীৰ চাদৰেৰে আবৃত হ’ব। পুৱা তাপমাত্ৰা সামান্য স্বাভাৱিক হ’লেও নিশা হিমশীতল ঠাণ্ডা হ’ব।

কোৱা বাহুল্য যে কুঁৱলীৰ বাবে নিশা দৃশ্যমানতা কমি যাব। অহা সপ্তাহৰ পৰা বংগৰ বতৰ শুকান হ’ব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। শীতকালৰ আৰম্ভণিতে অস্বাভাৱিক ঠাণ্ডাই আগুৰি ধৰিছে দিল্লী। ৰাজধানীৰ বতাহো ‘বহুত বেয়া’।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বিগত ১১ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰাজধানীত শীতকালত নূন্যতম উষ্ণতা ধাৰাবাহিকভাৱে স্বাভাৱিকতকৈ কম হৈছে। ১৫ নৱেম্বৰৰ পৰা দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ১০ ডিগ্ৰী চেলছিয়াছৰ তলত আছে। নিশাৰ উষ্ণতা ৯ ডিগ্ৰীৰ পৰা ১১ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব। গোটেই নৱেম্বৰ মাহত সৰ্বোচ্চ উষ্ণতা ২৪ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত।

কেৱল উত্তৰ দিশতে নহয়, উত্তৰ দিশৰ বতাহত কঁপিছে মধ্য ভাৰতো। মুম্বাইত প্ৰতিদিনে তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা ৪ ডিগ্ৰী কম। মঙলবাৰে তাত সৰ্বনিম্ন উষ্ণতা আছিল ১৭ ডিগ্ৰী চেলছিয়াছ।

মহাৰাষ্ট্ৰ, গোৱাৰ পৰা তেলেংগানা, ঝাৰখণ্ড, ছত্তীশগড়, ওড়িশা সকলোতে শীতকালৰ আঘাত। বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইদিনমানৰ ভিতৰত উত্তৰ-পশ্চিমৰ পৰা পূব ভাৰতলৈকে সকলো ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ ২ৰ পৰা ৩ ডিগ্ৰী চেলছিয়াছ তলত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে।

আনহাতে, দক্ষিণাঞ্চল পুনৰ বৰষুণৰ বাবে সাজু হৈছে। ২৪ নৱেম্বৰলৈ তামিলনাডুত আৰু অহা শনিবাৰলৈকে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। বতৰ বিজ্ঞান বিভাগে তামিলনাডু, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত বজ্ৰপাতৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

Tags: উত্তৰ আৰু মধ্য ভাৰতশীতৰ আৰম্ভণিতে কঁপিছে
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx