ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 19, 2025
Reading Time: 1 min read
A A
0
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

RELATED POSTS

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

New Logo Smal | ASSAM TIMES POST

স্বামী পেছাত চিকিৎসক। শহুৰেক এজন অধ্যাপক। উচ্চ শিক্ষিত পৰিয়ালটোত বিয়া দিবলৈ কইনাৰ পৰিয়ালে বহু কষ্ট কৰিবলগা হৈছিল। যৌতুকৰ (Dowry)  বাবেও বহু টকা খৰচ হৈছিল। এইবাৰ অধিক যৌতুক দাবী কৰি কইনাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে। শেহতীয়াকৈ কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা।

Dowry case I
অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’:

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৩ চনৰ নৱেম্বৰ মাহত ভুক্তভোগীয়ে বেংগালুৰুৰ বাসিন্দা গোৱৰ্ধন নামৰ চিকিৎসকজনৰ সৈতে অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয়।

কিন্তু অভিযোগ অনুসৰি, বিয়াৰ পিছত শহুৰেকে তেওঁৰ ওপৰত যৌতুক দাবী কৰি বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। এফ আই আৰত মহিলাগৰাকীয়ে লিখিছে যে তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ সামৰ্থ্যৰ বাহিৰলৈ গৈ বিয়াৰ বাবে দামী সোণ-ৰূপৰ গহনা আৰু যৌতুকৰ সকলো খৰচ বহন কৰিছিল।

এই বিয়াখনৰ বাবে পৰিয়ালটোৱে মুঠ ২৫ লাখ টকা ব্যয় কৰে। লগতে দৰাক সোণৰ হেণ্ডবেগ, ডিঙিৰ চেইন, আঙঠিকে ধৰি বিভিন্ন উপহাৰ দিয়া হয়। বিয়াৰ পিছত নৱদম্পতিয়ে বেংগালুৰুৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ নিলগৰ উচাংগীৰ ওচৰত ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে। তাৰ পৰাই আৰম্ভ হয় অত্যাচাৰ।

দাবী অনুসৰি, বিয়াৰ ১৫ দিনৰ ভিতৰতে গোৱৰ্ধনে শহুৰেকৰ আধা সম্পত্তি দাবী কৰি পত্নীক হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, পত্নীৰ পিতৃ-মাতৃয়েও মাহিলি ঘৰভাড়া দিব লাগে বুলিও দাবী জনায়। প্ৰতিদিনে গভীৰ নিশা স্বামীয়ে কামৰ পৰা উভতি অহাৰ অভিযোগ কইনাৰ।

তেওঁৰ লগত কথা নাপাতে। অভিযোগ অনুসৰি, কেৱল চৰকাৰী চিকিৎসালয়ত কাম কৰা স্বামীয়েই নহয়, শহুৰেক তথা অধ্যাপক নাগাৰাজুৱেও নিয়মীয়াকৈ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। যৌতুকৰ দাবীত বোৱাৰীৰ ওপৰত যৌন নিৰ্যাতন কৰে আৰু এই সকলোবোৰ সংঘটিত হৈছিল যুৱতীগৰাকীৰ স্বামীৰ সন্মুখতে।

শহুৰেকে অশ্লীল মন্তব্য আৰু যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীয়েকে। যৌতুক দাবী কৰি হাৰাশাস্তিৰ গোচৰো দাখিল কৰিছে তেওঁ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী
Share4Tweet3Send

Related Posts

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

52
ADVERTISEMENT
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

September 22, 2026
50
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d