ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2025
Reading Time: 1 min read
A A
0
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

RELATED POSTS

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

New Logo Smal 2 | ASSAM TIMES POST

মক্কাৰ পৰা মদিনালৈ যোৱাৰ পথত মুফ্ৰিহাটৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত ৪৫ জন ভাৰতীয় উমৰাহ হজযাত্ৰীৰ মৃত্যু হয়। বাছখনত থকা মাত্ৰ এজন ব্যক্তিৰহে প্ৰাণৰক্ষা পৰে। কিন্তু কাকতালীয়ভাৱে এই ভয়ানক দুৰ্ঘটনাৰ পৰা আন ৮ জন ব্যক্তিৰ জীৱন ৰক্ষা পৰে। কিন্তু কেনেকৈ?

হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জন
হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জন

ভাৰতৰ পৰা ছৌদি আৰবলৈ হজৰ বাবে গৈ দুৰ্ঘটনাত পতিত হোৱা দলটোত মুঠ ৫৪ জন লোক আছিল। তাৰে ভিতৰত দুৰ্ঘটনাৰ দিনা ৪৬ জন লোক মদিনালৈ গৈছিল। অৱশ্যে এই দলটোত থকা আন আঠজন লোকে একেলগে মক্কালৈ যাত্ৰা কৰিছিল যদিও তেওঁলোকে দলটোৰ লগত একেলগে মদিনালৈ যোৱা নাছিল। ফলত এই লোককেইজন দুৰ্ঘটানত পতিত হোৱা লোককেইজনৰ সৈতে নাছিল। যাৰবাবে তেওঁলোক আঠজনেই অক্ষত অৱস্থাত থাকে।

৫৪ জনীয়া দলটো ৯ নৱেম্বৰত ভাৰতৰ পৰা জেদ্দালৈ একেলগে উৰা মাৰিছিল। তেওঁলোক একেলগে ঘূৰি অহাৰো কথা আছিল। ২৩ নৱেম্বৰত তেওঁলোক ভাৰতলৈ ঘূৰি অহাৰ কথা আছিল। মক্কা হৈ মদিনালৈ যোৱাৰ পৰিকল্পনা কৰিছিল। একেজন ট্ৰেভেল এজেণ্টৰ লগত কথা পাতি মদিনালৈ যাবলৈ বাছৰ ব্যৱস্থা কৰে। কিন্তু শেষ মুহূৰ্তত আঠজন লোকে নিজৰ পৰিকল্পনা সলনি কৰে।

হায়দৰাবাদ আৰক্ষী আয়ুক্ত ভি চি সজ্জানাৰে জনোৱা মতে, আঠজন লোকৰ ভিতৰত চাৰিজন লোকে সুকীয়া গাড়ীৰ ব্যৱস্থা কৰি দেওবাৰে মদিনালৈ যায়। বাকী চাৰিজনেও একে পৰিকল্পনা কৰে। অৱশ্যে তেওঁলোকে দেওবাৰে যাত্ৰা কৰা নাছিল, মক্কাতে আছিল। তেওঁ কয়, “আমি ৪৬ জন লোকৰ তালিকা লাভ কৰিছো। তেওঁলোকক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে। সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে বিষয়টোৰ সবিশেষ দিয়া সম্ভৱ হ’ব।”

উল্লেখ্য যে দেওবাৰে মাজনিশা (ভাৰতীয় সময় অনুসৰি) উমৰাহ হজযাত্ৰীসকলে মক্কাৰ পৰা মদিনালৈ বাছত যাত্ৰা কৰি আছিল। বাছখনত ৪৬ জন লোক আছিল। নিশা প্ৰায় ১.৩০ বজাত মুফ্ৰিহাটৰ সমীপত এখন ডিজেল টেংকাৰৰ সৈতে বাছখনৰ মুখামুখি সংঘৰ্ষ হয়। ইয়াৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। ফলত ৪২ জন উমৰাহ হজযাত্ৰীৰ শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু হয়। আন চাৰিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে তিনিজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন জীয়াই আছে। অৱশ্যে তেওঁৰ অৱস্থা সংকটজনক।

২৪ বছৰীয়া মহম্মদ আব্দুল শ্বোয়েবে চালকৰ কাষৰ আসনত বহি আছিল।
উদ্ধাৰকাৰীয়ে জনোৱা মতে, বাছখন সম্পূৰ্ণৰূপে জ্বলি গৈছে। মৃতকক চিনাক্ত কৰিব পৰা হোৱা নাই। মাত্ৰ ৪৬ টা নামহে পোৱা গৈছে। অৱশ্যে তেওঁলোকৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আটাইকেইজন যাত্ৰী শুই আছিল। ফলত সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত যাত্ৰীসকলে বাছৰ পৰা নামিবলৈ সুযোগ নাপালে। যাৰবাবে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?ৰাখে হৰি মাৰে কোনে
Share4Tweet3Send

Related Posts

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

by News Desk
September 24, 2026
51
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
51
ADVERTISEMENT
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d