ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hajj pilgrims । ভাৰতীয় হজযাত্ৰীৰ বাবে সুখবৰ দিলে ছৌদি চৰকাৰে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 11, 2025
Reading Time: 1 min read
A A
0
Hajj pilgrims । ভাৰতীয় হজযাত্ৰীৰ বাবে সুখবৰ দিলে ছৌদি চৰকাৰে

Oplus_0

RELATED POSTS

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

New Logo Smal 1 | ASSAM TIMES POST

আগন্তুক হজযাত্ৰাত (Hajj Pilgrims)  আৰু কোনো বাধা-নিষেধ নাথাকিব। এইবাৰ ১৫০ খন দেশৰ ১৬ লাখ মুছলমানে হজলৈ যাব পাৰিব। তাৰ ভিতৰত ভাৰতীয়ও আছে। ছৌদি চৰকাৰে হজ তীৰ্থযাত্ৰাৰ ক্ষেত্ৰত জাৰি কৰা বাধা-নিষেধ উঠাই লৈছে।

Hajj pilgrims ।
ভাৰতীয় হজযাত্ৰীৰ বাবে সুখবৰ দিলে ছৌদি চৰকাৰে:

এইবাৰ ভাৰতৰ পৰা ১.৭৫ লাখ মুছলমানে হজযাত্ৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে। তাৰে ভিতৰত আটাইকেইজনে হজযাত্ৰা কৰিব পাৰিব বুলি খবৰ পোৱা গৈছে। কেন্দ্ৰই কয় যে ছৌদি চৰকাৰে এই নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা কৰি আছে। এইবাৰৰ হজযাত্ৰা ঐতিহাসিক হ’ব।

উল্লেখ্য যে ছৌদি আৰবে ভাৰতকে ধৰি ১৪ খন দেশৰ নাগৰিকৰ বাবে কিছুমান ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰি দিছিল। ছৌদি কৰ্তৃপক্ষই কৈছিল যে জুন মাহৰ মাজভাগলৈকে উমৰাহ, ব্যৱসায়িক আৰু পৰিয়ালৰ ভিছা প্ৰদান নকৰে। অৰ্থাৎ হজ শেষ নোহোৱালৈকে ভিছা প্ৰদান বন্ধ থাকিব।

ভাৰতৰ বাহিৰেও ভিছাৰ বাবে যোগ্য নোহোৱা দেশৰ তালিকাত পাকিস্তান, বাংলাদেশ, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰাক, নাইজেৰিয়া, জৰ্ডান, আলজেৰিয়া, চুডান, ইথিওপিয়া, টিউনিছিয়া, য়েমেন আৰু মৰক্কোৰ নাগৰিক অন্তৰ্ভুক্ত আছিল।

ছৌদি আৰবে প্ৰতিবছৰে প্ৰতিখন দেশৰ বাবে নিৰ্দিষ্ট সংখ্যক তীৰ্থযাত্ৰী নিৰ্ধাৰণ কৰে। এই ব্যৱস্থাটো হৈছে ভিৰ নিয়ন্ত্ৰণৰ বাবে। কিন্তু একাংশ লোকে এই ব্যৱস্থা উলংঘা কৰি হজলৈ যায়। বিগত সময়ত বহু ক্ষেত্ৰত দেখা গৈছে যে চৰকাৰী অনুমোদন অবিহনে উমৰাহ বা ফেমিলি ভিছাত বিদেশীয়ে ছৌদি আৰবত প্ৰৱেশ কৰি হজ কৰে।

ইয়াৰ ফলত অতিমাত্ৰা ভিৰ হয়। ছৌদি আৰবৰ তীব্ৰ উত্তাপত অতিমাত্ৰা ভিৰ হোৱাৰ বাবে তীৰ্থযাত্ৰীৰ জীৱন বিপদত পৰে। ২০২৪ চনৰ হজৰ সময়ত এনে এটা ঘটনাত কমেও ১২০০ হজযাত্ৰী পদপিষ্ট হৈ মৃত্যু হৈছিল। এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে ছৌদি কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰিছিল। অৱশ্যে উমৰাহ ভিছা থকাসকলে ১৩ এপ্ৰিললৈকে ছৌদি আৰবত প্ৰৱেশ কৰিব পাৰিব।

ইয়াৰ বাহিৰেও ছৌদি আৰবৰ এই পদক্ষেপৰ আঁৰৰ আন এটা ডাঙৰ কাৰণ আছিল অবৈধ নিয়োগ ৰোধ কৰা। ছৌদি কৰ্তৃপক্ষৰ মতে, বিদেশী নাগৰিকে প্ৰায়ে ব্যৱসায়িক বা পৰিয়ালৰ ভিছাৰে ছৌদি আৰবত প্ৰৱেশ কৰে আৰু দেশখনত বিভিন্ন ধৰণৰ কামত নিয়োজিত হয়। ইয়াৰ ফলত ছৌদি শ্ৰম বজাৰত সমস্যাৰ সৃষ্টি হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: দিলে ছৌদি চৰকাৰেভাৰতীয় হজযাত্ৰীৰ বাবে সুখবৰ
Share5Tweet3Send

Related Posts

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

by Staff Reporter
November 21, 2026
50
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

by Staff Reporter
November 21, 2026
50
Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে
National-International

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

by News Desk
November 21, 2026
50
Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
National-International

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

by News Desk
November 21, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

by News Desk
November 21, 2026
50
FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ
National-International

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

by News Desk
November 21, 2026
50
ADVERTISEMENT
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
50
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন
KARBI ANGLONG

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
56
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026
50
Manipur liquor tragedy I বিষাক্ত সুৰা সেৱন কৰি ৪৮ ঘণ্টাত কমেও ১৩ জনৰ মৃত্যু, ৩ শতাধিক চিকিৎসালয়ত ভৰ্তি
NORTHEAST

Manipur liquor tragedy I বিষাক্ত সুৰা সেৱন কৰি ৪৮ ঘণ্টাত কমেও ১৩ জনৰ মৃত্যু, ৩ শতাধিক চিকিৎসালয়ত ভৰ্তি

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d