ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Police Officer murder I লাঠি, ইটাৰে মূৰত আক্ৰমণ কৰি আৰক্ষী বিষয়াক হত্যা, গ্ৰেপ্তাৰ ৫

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 8, 2025
Reading Time: 1 min read
A A
0
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

হাৰিয়ানাত ঘৰৰ বাহিৰত হুলস্থুল কৰা এদল যুৱকক বাধা দিবলৈ চেষ্টা কৰি থকা অৱস্থাত আক্ৰান্ত হয় এজন আৰক্ষী বিষয়া (Police Officer Murder)। অভিযোগ অনুসৰি, তেওঁক লাঠি আৰু ইটাৰে প্ৰহাৰ কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়াজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Police Officer murder I
লাঠি, ইটাৰে মূৰত আক্ৰমণ কৰি আৰক্ষী বিষয়াক হত্যা, গ্ৰেপ্তাৰ ৫:

পিছত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। ইতিমধ্যে এই ঘটনাত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাকীবোৰৰ সন্ধান চলি আছে। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা হাৰিয়ানাৰ ধনী শ্যামলাল অঞ্চলৰ উপ-পৰিদৰ্শক ৰমেশ কুমাৰক প্ৰহাৰ কৰি হত্যা কৰা হয়।

নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষী অধীক্ষক শশাংক কুমাৰ সাৱনে জনোৱা মতে, নিশা ৰমেশৰ ঘৰৰ সন্মুখত এদল যুৱকে হুলস্থুল কৰি আছিল। সেই সময়ত তেওঁ ওলাই আহি তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ইয়াৰ পৰিৱৰ্তে যুৱককেইজনে তেওঁক আক্ৰমণ কৰে।

অভিযোগ অনুসৰি, অভিযুক্তই ৰমেশক ঘেৰি ধৰি তৰ্ক-বিতৰ্ক কৰে। কাজিয়াৰ সময়ত যুৱককেইজনে হঠাতে ৰমেশক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি, তেওঁক লাঠিৰে প্ৰহাৰ কৰা হয়। মূৰত ইটাৰেও খুন্দিয়ায়।

শশাংক কুমাৰে কয় যে ৰমেশে মূৰত গুৰুতৰভাৱে আঘাত পায়। ইয়াৰ পিছতে অভিযুক্তই তেওঁক ৰক্তাক্ত অৱস্থাত এৰি পলাই যায়। স্থানীয় ৰাইজৰ সহায়ত পৰিয়ালৰ লোকে আহত ৰমেশক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

এই ঘটনাত ১০জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছে। ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীসকলৰ বাবে সন্ধান অব্যাহত আছে। আটাইকেইজন অভিযুক্ত চুবুৰীটোৰে বাসিন্দা। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে অভিযুক্তৰ এখন গাড়ী আৰু এখন স্কুটী।

Tags: আৰক্ষী বিষয়াক হত্যাইটাৰে মূৰত আক্ৰমণ কৰিগ্ৰেপ্তাৰ ৫লাঠি
Share4Tweet3Send

Related Posts

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

by News Desk
June 2, 2026
50
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

by News Desk
June 2, 2026
50
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

by News Desk
June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

by Staff Reporter
June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

by Staff Reporter
June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx