ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Flutist Deepak Sharma I ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 4, 2025
Reading Time: 1 min read
A A
0
Flutist Deepak Sharma I ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

পঞ্চভূতত বিলীন হ’ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ (Dipak Sarma) নশ্বৰদেহ। মঙলবাৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত দীপক শৰ্মাৰ শেষকৃত্য সম্পন্ন হয়।

Flutist Deepak Sharma I
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া:

সোমবাৰে পুৱা ৬.১৫ বজাত চেন্নাইৰ এখন হাস্পতালত ৫৭ বছৰ বয়সত জীৱন নাট সামৰিছিল দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ চেন্নাইত চিকিৎসাধীন হৈ আছিল। মঙলবাৰে পুৱা চেন্নাইৰ পৰা অসম আহি পায় বাঁহীবাদকগৰাকীৰ নশ্বৰদেহ।

বৰঝাৰ বিমানবন্দৰৰ পৰা এখন পুষ্পসজ্জিত বাহনেৰে তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰস্থিত বাসগৃহলৈ অনা হয়। তাত বিভিন্ন ব্যক্তিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকে ধৰ্মীয় নীতি-নিয়ম অনুসৰি অন্তিম ৰীতি-নীতি পালন কৰে।

ইয়াৰ পিছত বহু ছাত্ৰ-ছাত্ৰীয়ে বাঁহী বজাই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনা হয়। তাৰ পৰা নৱগ্ৰহ শ্মশানলৈ আনি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

Tags: Flutist Deepak Sharma I ৰাজ্যিক মৰ্যাদাৰে সম্পন্নবাঁহীবাদক দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া
Share4Tweet3Send

Related Posts

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent
Assam

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

by News Desk
March 6, 2026
50
Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব
Assam

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

by News Desk
March 4, 2026
50
Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা
Assam

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

by News Desk
March 3, 2026
50
CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী
Assam

CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

by News Desk
March 2, 2026
50
Tribute I ডিফু ক্লাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
Assam

Assam Cabinet I জুবিন হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত, ৰাজীৱ শদিয়াৰ পত্নীলৈ চাকৰি; কেবিনেটত আৰু কি কি সিদ্ধান্ত

by Staff Reporter
February 27, 2026
50
Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী
Assam

Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী

by News Desk
February 26, 2026
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx