ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi pollution I ধোঁৱাৰ আৱৰণত দিল্লী, একেৰাহে চাৰিদিন ৰাজধানীত বায়ুৰ গুণাগুণ ‘অতি বেয়া’

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 4, 2025
Reading Time: 1 min read
A A
0
একেৰাহে চাৰি বছৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী দিল্লী!

RELATED POSTS

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

New Logo Smal | ASSAM TIMES POST

একেৰাহে চাৰিদিন ধৰি একেই আছে দিল্লীৰ প্ৰদূষণৰ (Delhi Pollution) পৰিস্থিতি। কিন্তু পৰিস্থিতি আৰু অধিক ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। মঙলবাৰে ৰাজধানীৰ বায়ুৰ গুণাগুণ সূচকাংক (এ কিউ আই) হৈছে ৩১১। সোমবাৰে এ কিউ আই আছিল ৩০৯।
Delhi pollution I
একেৰাহে চাৰিদিন ৰাজধানীত বায়ুৰ গুণাগুণ ‘অতি বেয়া’:

বতৰ বিজ্ঞানীসকলে কয় যে ইয়াৰ ফলত বতাহৰ গতি কমি যাব। পশ্চিমীয়া বতাহৰ বাবে বুধবাৰৰ পৰা বতাহ শান্ত হ’ব। ফলত প্ৰদূষণৰ ছবিখন আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (চি পি চি বি) তথ্য অনুসৰি, বুৰাৰীত এ কিউ আই ৪০০, যিটো ‘গুৰুতৰ’ স্তৰত পৰে। ৱাজিৰপুৰৰ হৈছে ৩৯০। ইয়াৰ বাহিৰেও ৰাজধানীৰ ২৩টা প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰৰ এ কিউ আই ‘অতি বেয়া’।

এই পৰিস্থিতি বৃহস্পতিবাৰলৈকে অব্যাহত থাকিব বুলি চি পি চি বিৰ সূত্ৰই প্ৰকাশ কৰিছে। চি পি চি বিৰ সমীৰ এপৰ তথ্য অনুসৰি, মঙলবাৰে ৰাজধানী চহৰখনৰ কেইবাটাও স্থানত বায়ুৰ গুণাগুণ ‘গুৰুতৰ’ স্তৰত উপনীত হয়। ইয়াৰ ভিতৰত আলিপুৰ (৪২১), আনন্দ বিহাৰ (৪১২), বাৱানা (৪০২)।

বতৰ বিজ্ঞানী নৱদীপ দাহিয়াই কয় যে পশ্চিমীয়া বতাহৰ বাবে বায়ুৰ গুণাগুণ প্ৰভাৱিত হৈছে। ফলত ৫ নৱেম্বৰলৈকে ৰাজধানীখন ধোঁৱাৰ আৱৰণেৰে আবৃত হৈ থাকিব। পশ্চিমীয়া বতাহৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাৰ একাংশ ঠাইত মঙলবাৰে নিশা আৰু বুধবাৰে বৰষুণ পৰিব পাৰে। কিন্তু দিল্লী আৰু উত্তৰ প্ৰদেশত বৰষুণৰ সম্ভাৱনা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: একেৰাহে চাৰিদিন ৰাজধানীতধোঁৱাৰ আৱৰণত দিল্লীবায়ুৰ গুণাগুণ ‘অতি বেয়া’
Share4Tweet3Send

Related Posts

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

by News Desk
September 10, 2026
52
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

by News Desk
September 10, 2026
55
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা
National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

by News Desk
September 10, 2026
51
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

by News Desk
September 10, 2026
52
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

by News Desk
September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

by News Desk
September 9, 2026
59
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d