ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JNU conflict I ওমৰ খালিদ-শ্বাৰ্জিল ইমামক ৰাৱণ সজাই দাহন, জে এন ইউত বাম-এবিভিপিৰ সংঘৰ্ষ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 3, 2025
Reading Time: 1 min read
A A
0
JNU conflict I ওমৰ খালিদ-শ্বাৰ্জিল ইমামক ৰাৱণ সজাই দাহন, জে এন ইউত বাম-এবিভিপিৰ সংঘৰ্ষ

Oplus_131072

RELATED POSTS

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

New Logo Smal 1 | ASSAM TIMES POST

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (Delhi JNU) দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনক লৈ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এ বি ভি পি) আৰু বিশ্ববিদ্যালয়খনৰ বাওঁপন্থী ছাত্ৰ সংগঠনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

JNU conflict I
ওমৰ খালিদ-শ্বাৰ্জিল ইমামক ৰাৱণ সজাই দাহন:

শিলগুটি নিক্ষেপ, জোতা নিক্ষেপ কৰা হয়। অভিযোগ অনুসৰি, এ বি ভি পিয়ে জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামক ৰাৱণৰ ৰূপত চিত্ৰিত কৰি দশেৰাৰ বাবে ‘ৰাৱণ-দাহন’ কাৰ্যসূচীৰ আয়োজন কৰিছিল।

বাওঁ সংগঠনসমূহে তাত আক্ৰমণ চলায়। তেওঁলোকে এ বি ভি পিয়ে ধৰ্মক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। দুয়োপক্ষই নিশাৰ ঘটনাৰ ব্যাখ্যা দি বিবৃতি প্ৰকাশ কৰিছে। এই সংঘৰ্ষত বহু ছাত্ৰ-ছাত্ৰী আহত হোৱা বুলি দাবী কৰা হৈছে।

বৃহস্পতিবাৰে নিশা এ বি ভি পিয়ে জে এন ইউত দশেৰাৰ বাবে ‘ৰাৱণ-দাহন’ কাৰ্যসূচীৰ আয়োজন কৰে। এক বিবৃতিত সংঘ পৰিয়ালৰ ছাত্ৰ শাখাটোৱে দাবী কৰিছে যে সন্ধিয়া প্ৰায় ৭ বজাত সাবৰমতী টি-পইণ্টৰ সমীপত বিসৰ্জন সমদলত আইছা, এছ এফ আই, ডি এছ এফকে ধৰি বাওঁপন্থী ছাত্ৰ সংগঠনৰ সদস্যই আক্ৰমণ কৰে।

ইয়াৰ ফলত বহু ছাত্ৰ-ছাত্ৰী আহত হয়। এ বি ভি পিৰ জে এন ইউৰ সভাপতিয়ে কয়, “এয়া কেৱল কোনো ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ নহয়, বিশ্ববিদ্যালয় উৎসৱৰ পৰম্পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ আৱেগৰ ওপৰত আক্ৰমণ। এ বি ভি পিয়ে এই আগ্ৰাসনক কোনো ধৰণে সহ্য নকৰে।”

বিসৰ্জন সমদলৰ সময়ত মহিলাসকলক আক্ৰমণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হয়। বাওঁপন্থী ছাত্ৰ-ছাত্ৰীয়ে মূৰ্তিটোৰ সন্মুখত জোতা প্ৰদৰ্শন কৰা বুলিও দাবী কৰে এ বি ভি পিয়ে। জে এন ইউ ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক বৈভৱ মীনায়ো এই ঘটনাক গৰিহণা দিয়ে।

আনহাতে, বাওঁপন্থীসকলে দাবী কৰিছে যে এ বি ভি পিয়ে বিশ্ববিদ্যালয়খনত ইছলামোফ’বিয়া বিয়পাবলৈ চেষ্টা কৰিছে। আইছা (AISA), ডি এছ এফ (DSF), এছ এফ আই (SFI) আদি সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।

আইছাই এক বিবৃতিত কয় যে এ বি ভি পিয়ে ওমৰ আৰু শ্বাৰ্জিলক ৰাৱণ হিচাপে দেখুৱাই ‘ৰাৱণ দাহন’ কৰিছে। তেওঁলোকৰ মতে, “এয়া ইছলামোফ’বিয়াৰ ঘৃণনীয় প্ৰদৰ্শন। ৰাজনৈতিক সুবিধা লাভৰ বাবে ধৰ্মীয় আৱেগক এইদৰে শোষণ কৰা হৈছে।” নাথুৰাম গডছে আৰু ৰাম ৰহিমক কিয় ৰাৱণ হিচাপে বাছনি কৰা নহ’ল, এই প্ৰশ্নও উত্থাপন কৰে আইছাই।

বিবৃতিটোত তেওঁলোকে কয় যে জে এন ইউয়ে ইছলামোফ’বিয়া আৰু ঘৃণাৰ ৰাজনীতি মানি নলয়। ইয়াৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীক একত্ৰিত হ’বলৈ আহ্বান জনাইছে।

অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
উল্লেখ্য যে ২০২০ চনত ‘কা’ (CAA) বিৰোধী আন্দোলন আৰু দিল্লী হিংসাৰ ষড়যন্ত্ৰৰ অভিযোগত ওমৰ আৰু শ্বাৰ্জিলক গ্ৰেপ্তাৰ কৰা হৈছিল।

উক্ত হিংসাত ৫৩ জন লোকৰ মৃত্যু হৈছিল। ওমৰ আৰু শ্বাৰ্জিলৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত গোচৰ ৰুজু কৰি বিগত পাঁচ বছৰ ধৰি কাৰাগাৰত বন্দী কৰি ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ওমৰ খালিদ-শ্বাৰ্জিল ইমামকজে এন ইউত বাম-এবিভিপিৰ সংঘৰ্ষৰাৱণ সজাই দাহন
Share5Tweet3Send

Related Posts

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

by News Desk
September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
51
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

by News Desk
September 5, 2026
54
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

by News Desk
September 5, 2026
54
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d