ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CAA I ২০২৫ চনৰ পূৰ্বে ভাৰতলৈ অহাসকলেহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব, ‘কা’ৰ নতুন সংশোধনী প্ৰকাশ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 3, 2025
Reading Time: 1 min read
A A
0
CAA Implementation in Assam : ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছে মাত্ৰ ৮ জনে, মুখ্যমন্ত্ৰী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

নাগৰিকত্ব সংশোধনী আইনৰ (CAA) অধীনত নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা আৰু ১০ বছৰ বৃদ্ধি কৰিছে কেন্দ্ৰই। সোমবাৰে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয় যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় ভিত্তিত ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলে CAAৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে।

CAA I
২০২৫ চনৰ পূৰ্বে ভাৰতলৈ অহাসকলেহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব:

নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিছিল। সেই আইন অনুসৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ দৰে মুছলমান দেশৰ ধৰ্মীয় সংখ্যালঘু লোকে যদি ধৰ্মীয় নিৰ্যাতনৰ বাবে দেশত আশ্ৰয় বিচাৰে তেন্তে ভাৰতে সেই আইনত মঞ্জুৰ কৰিব। কিন্তু যদিও ‘কা’ত হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ কথা উল্লেখ আছে, কিন্তু ইয়াত মুছলমান সম্প্ৰদায়ৰ লোকৰ কথা উল্লেখ কৰা হোৱা নাই।

এই আইনখনে নাগৰিকত্বৰ বাবে আবেদন কৰাৰ পূৰ্বে কমেও এবছৰ আৰু পূৰ্বৰ ১৪ বছৰৰ ভিতৰত কমেও পাঁচ বছৰ ভাৰতত বাস কৰাসকলেহে নাগৰিকত্বৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে এই আইনখনে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ বাসিন্দাসকলৰ বাবে কিছু ৰেহাইৰ ব্যৱস্থা কৰিছে।

২০১৯ চনৰ ডিচেম্বৰ মাহত এই আইনখন কাৰ্যকৰী ঘোষণা কৰা হৈছিল। কিন্তু তেতিয়াও এই আইনৰ অধীনত নিৰ্দিষ্ট নিয়ম প্ৰণয়ন কৰা হোৱা নাছিল। সেই নিয়মাৱলী প্ৰৱৰ্তনৰ কাম ২০২৪ চনত সম্পূৰ্ণ হৈছিল। তাৰ পিছত বহু লোকে ‘কা’ৰ অধীনত নাগৰিকত্বৰ আবেদন দাখিল কৰিবলৈ আৰম্ভ কৰে।

Tags: 'কা'ৰ নতুন সংশোধনী প্ৰকাশ২০২৫ চনৰ পূৰ্বে ভাৰতলৈ অহাসকলেহেনাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব
Share4Tweet3Send

Related Posts

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

by News Desk
March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

by News Desk
March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

by News Desk
March 6, 2026
50
Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

Impose a ban Social Media : দেশৰ ভিতৰতে প্ৰথম! ১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰ্ণাটকৰ

ADVERTISEMENT
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent
Assam

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT