ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Aadhaar I আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ’ব নোৱাৰে, ছুপ্ৰিম কোৰ্ট

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 2, 2025
Reading Time: 1 min read
A A
0
আধাৰৰ ঠিকনা সলনি কৰিব পাৰিব মোবাইল ফোনতেই : কেনেদৰে জানি লওঁ আহক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

আধাৰ কাৰ্ড (Adhar Card) নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ’ব নোৱাৰে। বিহাৰৰ ৰাজনৈতিক দলবোৰে নিৰ্বাচন আয়োগক এই বিষয়ত নিৰ্দেশ দিয়াৰ যি দাবী তুলিছিল, সেয়া উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে। শীৰ্ষ আদালতৰ পৰ্যবেক্ষণ, আইন অনুসৰি আধাৰৰ মর্যাদা নিৰ্ধাৰণ কৰা হৈছে। সেই মর্যাদা বৃদ্ধি কৰাটো সম্ভৱ নহয়।

SC on Aadhaar I
আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ’ব নোৱাৰে, ছুপ্ৰিম কোৰ্ট:

ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মাল্য বাগচীৰ খণ্ড বিচাৰপীঠে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সমীক্ষা (SIR) সম্পৰ্কীয় গোচৰত ইয়াৰ পূৰ্বে জনাইছিল যে ভোটাৰ তালিকাত নাম উঠাবলৈ আন নথিৰ সৈতে আধাৰ কাৰ্ডো পৰিচয়পত্ৰ হিচাপে গণ্য কৰিব পাৰি। সোমবাৰৰ শুনানিত সেইটো অধিক স্পষ্ট কৰি খণ্ড বিচাৰপীঠৰ পৰ্যবেক্ষণ, “পৰীক্ষাৰ বাবে আন নথিৰ ভিতৰত আধাৰো এক নথি হ’ব পাৰে।”

বিহাৰত খচৰা ভোটাৰ তালিকা পৰা ৬৫ লাখ লোকৰ নাম বাদ যোৱা সন্দৰ্ভত শীৰ্ষ আদালতত শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ে পূৰ্বতে জনাইছিল, ১ ছেপ্টেম্বৰলৈ ভোটাৰসকলে অভিযোগ জনাব পাৰিব। তালিকাত নাম বাদ পৰা সন্দৰ্ভত অভিযোগ জনোৱাৰ সময়সীমা বৃদ্ধিৰ আবেদন দাখল কৰি বিহাৰৰ বিৰোধী দলসমূহে ছুপ্ৰিম কোৰ্টৰ দৃষ্টি আকৰ্ষণ কৰিছিল । সোমবাৰে ছুপ্ৰিম কোৰ্টত উক্ত আবেদনৰ শুনানি লয় ন্য়ায়াধীশ সূৰ্য কান্ত আৰু জয়মাল্য বাগচীৰ খণ্ড বিচাৰপীঠে।

লালুপ্ৰসাদ যাদৱৰ দল আৰ জে ডিৰ হৈ শীৰ্ষ আদালতক প্ৰতিনিধিত্ব কৰে অধিবক্তা প্ৰশান্ত ভূষণে। তেওঁ কয়, বিহাৰত খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লাখৰ নাম বাদ গৈছে। ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ থকাৰ পাছতো আধাৰক পৰিচয়ৰ একমাত্ৰ প্ৰমাণ হিচাপে ধৰা হোৱা নাই। তাৰ পিছতেই খণ্ড বিচাৰপীঠৰ পৰ্যবেক্ষণ, “আধাৰ আইনত আধাৰক যি মর্যাদা দিয়া হৈছে, সেয়ে বৃদ্ধি কৰাটো সম্ভৱ নহয়। পূৰ্বৰ নিৰ্দেশত পাঁচ ন্যায়াধীশৰ বিচাৰপীঠে আধাৰ সম্পৰ্কে যি কথা কৈছে, তাৰ বিৰোধিতাও কৰিব নোৱাৰি।”

উল্লেখ্য যে আধাৰ আইনৰ ৯ নম্বৰ ধাৰাত জনোৱা হৈছে যে আধাৰ নম্বৰ বা অথেনটিকেশ্যন নাগৰিকত্ব বা বাসস্থানৰ প্ৰমাণ হ’ব নোৱাৰে। আনহাত, ২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ পাঁচগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে পুত্তস্বামী গোচৰত জনাইছিল যে আধাৰ নম্বৰে কাৰো নাগৰিকত্বৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

Tags: আধাৰ কাৰ্ড নাগৰিকত্বৰএকমাত্ৰ প্ৰমাণ হ'ব নোৱাৰেছুপ্ৰিম কোৰ্ট
Share4Tweet3Send

Related Posts

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মই স্ক্ৰিপ্ট বা টেলিপ্ৰম্পটাৰ অবিহনে উত্তৰ দিবলৈ চেষ্টা কৰিম, ইনষ্টাগ্ৰামত যুৱক-যুৱতীসকলৰ পৰা প্ৰশ্ন বিচাৰি মোদীক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 7, 2026
50
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
ADVERTISEMENT
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

August 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

August 7, 2026
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

August 7, 2026
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx