ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi Degree controversy I প্ৰধানমন্ত্ৰী মোদীৰ স্নাতক ফলাফল ঘোষণা কৰিবলৈ বাধ্য নহয় দিল্লী বিশ্ববিদ্যালয়, দিল্লী উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 25, 2025
Reading Time: 1 min read
A A
0
Modi govt 3 : তৃতীয় কাৰ্যকালৰৰ প্ৰথমদিনাই কিষাণ নিধিৰ ফাইলত চহী প্ৰধানমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi Degree) ডিগ্ৰী ৰাজহুৱা কৰিবলৈ দিল্লী বিশ্ববিদ্যালয় বাধ্য নহয়। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে মুখ্য তথ্য আয়ুক্তৰ নিৰ্দেশ নাকচ কৰি এই কথা প্ৰকাশ কৰে।
PM Modi Degree controversy I
প্ৰধানমন্ত্ৰী মোদীৰ স্নাতক ফলাফল ঘোষণা কৰিবলৈ বাধ্য নহয় দিল্লী বিশ্ববিদ্যালয়:

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তৰ একক বিচাৰপীঠে কয় যে ডিগ্ৰী ৰাজহুৱা কৰাৰ কোনো প্ৰয়োজন নাই। আদালতৰ এই নিৰ্দেশ পিছত বিতংভাৱে প্ৰকাশ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰা শপতনামা অনুসৰি, ১৯৭৮ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিএ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

২০১৬ চনত তথ্যৰ অধিকাৰ আইনৰ অধীনত সেই বছৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সকলো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অৰ্হতাৰ নথি-পত্ৰ ৰাজহুৱা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু দিল্লী বিশ্ববিদ্যালয়ে ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে। এই গোচৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যুক্তি দিয়ে যে তেওঁলোকে প্ৰাসংগিক নথি-পত্ৰ কোনো তৃতীয় পক্ষক গতাই নিদিয়ে।

২০০৫ চনত তথ্যৰ অধিকাৰ আইনৰ অধীনত কেন্দ্ৰীয় তথ্য আয়োগ গঠন কৰা হৈছিল। মুখ্য তথ্য আয়ুক্তই ২০১৬ চনত দিল্লী বিশ্ববিদ্যালয়ক শিক্ষাগত অৰ্হতাৰ নথি ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰীৰ দৰে জনপ্ৰতিনিধিৰ শৈক্ষিক অৰ্হতাৰ নথি ৰাজহুৱা কৰিব লাগে বুলি আয়ুক্তগৰাকীয়ে যুক্তি আগবঢ়ায়।

এই নিৰ্দেশৰ বিৰুদ্ধে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিল্লী উচ্চ ন্যায়ালয়লৈ যায়। কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত যুক্তি দিয়ে যে ইয়াৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ গোপনীয়তাৰ অধিকাৰ খৰ্ব হ’ব। একে সময়তে তেওঁ কয় যে বিশ্ববিদ্যালয়খনে আদালতত নথি-পত্ৰ গতাই দিবলৈ সাজু।

কিন্তু তুষাৰ মেহতাই যুক্তি দিয়ে যে ‘ৰাজনৈতিক কাৰণত জনপ্ৰিয়তা লাভ কৰিবলৈ’ ইয়াক পাব বিচৰাসকলৰ বাবে ইয়াক ৰাজহুৱা কৰা উচিত নহয়। কিন্তু তথ্যৰ অধিকাৰৰ ওপৰত কাম কৰা লোকসকলে প্ৰতিবাদী যুক্তি আগবঢ়ায় যে আৰ টি আই আইনত আবেদনকাৰীৰ পৰিচয় আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰা হোৱা নাই। চৰকাৰে শৈক্ষিক ডিগ্ৰী প্ৰদান কৰে বুলিও যুক্তি আগবঢ়ায়। গতিকে ই ব্যক্তিগত বিষয় হ’ব নোৱাৰে।

প্ৰায় দশক ধৰি চলি থকা গোচৰ আৰু বিতৰ্কৰ অন্তত ২৭ ফেব্ৰুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ে ৰায় সংৰক্ষণ কৰি ৰাখিছিল। সোমবাৰে আদালতে কয় যে দিল্লী বিশ্ববিদ্যালয়ে শিক্ষাগত অৰ্হতাৰ নথি-পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য নহয়। এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পৰা যাব বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে।

Tags: ঘোষণা কৰিবলৈ বাধ্য নহয় দিল্লী বিশ্ববিদ্যালয়দিল্লী উচ্চ ন্যায়ালয়প্ৰধানমন্ত্ৰী মোদীৰ স্নাতক ফলাফল
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx