ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rudraprayag bus tragedy I ৰুদ্ৰপ্ৰয়াগত নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাছ; নিহত ১, নিৰুদ্দেশ কমেও ১০

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 26, 2025
Reading Time: 1 min read
A A
0
Rudraprayag bus tragedy I ৰুদ্ৰপ্ৰয়াগত নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাছ; নিহত ১, নিৰুদ্দেশ কমেও ১০

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগৰ অলকানন্দা নদীত বাছ এখন বাগৰি (Rudraprayag Bus Accident) পৰে। বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও এজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়ালৈকে ১০ জন যাত্ৰীৰ সন্ধান পোৱা হোৱা নাই।

Rudraprayag bus tragedy I
ৰুদ্ৰপ্ৰয়াগত নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল বাছ:

উত্তৰাখণ্ড আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা আই জি নীলেশ আনন্দ ভৰাণে জনোৱা মতে, ৰুদ্ৰপ্ৰয়াগৰ ঘোলটি অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। প্ৰথমে জানিব পৰা মতে বাছখনত ১৮ জন যাত্ৰী আছিল। আৰক্ষীৰ অনুমান অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে উত্তৰাখণ্ডৰ দুৰ্যোগ সঁহাৰি দল। স্থানীয় থানাৰ আৰক্ষী জোৱানেও দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। নদীখনৰ পৰা উদ্ধাৰৰ কামো আৰম্ভ হৈছে। এই পৰ্যন্ত ৭ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। অৱশ্যে বাকীসকলৰ কোনো তথ্য এতিয়াও পোৱা নাই।

গড়ৱালৰ সংমণ্ডল আয়ুক্ত বিজয় শংকৰ পাণ্ডেয়ে এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। তেওঁ কয় যে বাছখনত ১৮জন লোকৰ বাবে বহিব পৰা ব্যৱস্থা আছিল।
প্ৰাৰম্ভিক খবৰ মতে, বদ্ৰীনাথলৈ যোৱা পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

পাহাৰীয়া পথ এটাৰে বাছখন ওপৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। পাহাৰৰ ঢালত মানৱ শৃংখল গঠন কৰি আহতসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু অলকানন্দা নদীৰ সোঁতৰ বাবে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দল, আৰক্ষী আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ কামত কিছু সমস্যাৰ সন্মুখীন হৈছে।

Tags: অলকানন্দা নদীত পৰিল বাছ;নিহত ১নিৰুদ্দেশ কমেও ১০ৰুদ্ৰপ্ৰয়াগত নিয়ন্ত্ৰণ হেৰুৱাই
Share4Tweet3Send

Related Posts

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

by News Desk
June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

by News Desk
June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

by News Desk
June 4, 2026
50
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

by News Desk
June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

by Staff Reporter
June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

by Staff Reporter
June 4, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx