ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Emergency Day I ৫০ বছৰীয়া ক’লা দিৱস: ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ জৰুৰী কালীন অৱস্থাকলৈ ডিফুত ক’লা দিৱস পালন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 25, 2025
Reading Time: 1 min read
A A
0
Emergency Day I ৫০ বছৰীয়া ক’লা দিৱস: ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ জৰুৰী কালীন অৱস্থাকলৈ ডিফুত ক’লা দিৱস পালন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

বুধবাৰে দিনৰ ১ বাজি ৩০ মিনিটত  ডিফু ফাৰ্মাৰ্চ এণ্ড গ্ৰ’থ চেণ্টাৰত পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত ১৯৭৫ চনত তদানীন্তন ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শাসন কালত জনতাৰ ওপৰত জাপি দিয়া জৰুৰী কালীন অৱস্থাৰ দিনটোত আজি ৫০ বছৰীয়া ক’লা দিৱস হিছাপে পালন কৰে ৷

৫০ বছৰীয়া ক'লা দিৱস: ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ জৰুৰী কালীন অৱস্থাকলৈ ডিফুত ক'লা দিৱস পালন
৫০ বছৰীয়া ক’লা দিৱস: ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ জৰুৰী কালীন অৱস্থাকলৈ ডিফুত ক’লা দিৱস পালন

এইলৈ ডিফু ফাৰ্মাৰ্চ এণ্ড গ্ৰ’থ চেণ্টাৰত জৰুৰী কালীন অৱস্থাত জনতাৰ ওপৰত কংগ্ৰেছে অত্যাচাৰ আৰু নিপিড়ণৰ ফটো আৰু তথ্য চিত্ৰৰ এক প্ৰদৰ্শীনৰো আয়োজন কৰে জিলা বিজেপিয়ে ৷ ইয়াৰ পাছতে ক’লা দিৱস উপলক্ষে আয়োজন কৰা হয় এক মুকলি সভাৰ ৷ মুকলি সভাত মুখ্য অতিথি হিছাপে উপস্থিত হোজাই বিধান সভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ, সাংসদ অমৰছিং তিচো, বিধায়ক বিদ্যাছিং ইংলেঙ, পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিঙ আৰু বিজেপিৰ কৰ্ম কৰ্তা সকল ৷

Tags: কংগ্ৰেছ চৰকাৰগ্ৰোথ চেণ্টাৰচিত্ৰৰ প্ৰদৰ্শনীজনতাৰ ওপৰত অত্যাচাৰজনতাৰ ওপৰত নিপিড়ণ.জিলা বিজেপিজৰুৰী কালডিফু ফাৰ্মাৰ্চতুলিৰাম ৰংহাঙদিনৰ ১ বাজি ৩০ মিনিটপূৱ কাৰ্বি আংলংপ্ৰদৰ্শনীপৰিষদৰ চিইএমবিজেপি কৰ্ম কৰ্তাবিজেপি সভাপতি ৰলেণ্ড কিলিঙবিধায়ক বিদ্যাছিং ইংলেঙবিধায়ক ৰামকৃষ্ণ ঘোষবুধবাৰমুকলি সভামুখ্য অতিথিসাংসদ অমৰছিং তিচোহোজাই বিধান সভা১৯৭৫ চন৫০ বছৰীয়া ক'লা দিৱস
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT