ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sanjay Kapoor dies I প’ল’ খেলি থাকোতেই কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 13, 2025
Reading Time: 1 min read
A A
0
Sanjay Kapoor dies I প’ল’ খেলি থাকোতেই কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ মৃত্যু

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৭৬২ কোটি টকা ব্যয়

৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

হৃদৰোগত আক্ৰান্ত হৈ কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ (Sanjay Kapoor dies) মৃত্যু। ৫৩ বছৰীয়া সঞ্জয় কাপুৰে বৃহস্পতিবাৰে প’ল’ খেলি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হয়। ২০০৩ চনত দিল্লীৰ ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰ।

Sanjay Kapoor dies I
কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ মৃত্যু:

তেওঁলোকৰ দুটা সন্তান চামাইৰা আৰু কিয়ান। দহ বছৰ একেলগে থকাৰ পিছত কৰিশ্মা আৰু সঞ্জয়ে পৃথকে পৃথকে থাকিবলৈ ধৰে। ২০১৬ চনত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয় দম্পতীহালৰ। পৰৱৰ্তী সময়ত সঞ্জয়ে প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

২০১৪ চনত কৰিশ্মা কাপুৰে তেওঁৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। আনকি তেওঁলোকৰ মধুচন্দ্ৰিকাৰ সময়ত তেওঁ তেওঁক নিলাম কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ কৰে। যাৰ ফলত আলোড়নৰ সৃষ্টি হৈছিল।

জানিব পৰা মতে, মাতৃ ববিতা কাপুৰৰ অহৰহ জেদৰ বাবেই কৰিশ্মাই ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আনহাতে, তেওঁৰ পিতৃ ৰণধীৰ কাপুৰ সদায় এই বিবাহৰ বিৰোধী আছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰণধীৰে সঞ্জয়ক ‘তৃতীয় শ্ৰেণীৰ ব্যক্তি’ বুলি অভিহিত কৰে। বিবাহ বিচ্ছেদৰ পিছত আদালতৰ নিৰ্দেশ অনুযায়ী কৰিশ্মাই নিজৰ সন্তানক নিজৰ লগত ৰাখিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: প'ল' খেলি থাকোতেই কৰিশ্মা কাপুৰৰপ্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ মৃত্যু
Share4Tweet3Send

Related Posts

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা
National-International

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

by Staff Reporter
February 15, 2026
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৭৬২ কোটি টকা ব্যয়

by Staff Reporter
February 15, 2026
50
৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা
National-International

৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

by Staff Reporter
February 15, 2026
50
Tarique Rahman : তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হ’ব মোদী, জনালে বৈদেশিক পৰিক্ৰমা উপদেষ্টাই
National-International

Tarique Rahman : তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হ’ব মোদী, জনালে বৈদেশিক পৰিক্ৰমা উপদেষ্টাই

by News Desk
February 14, 2026
54
Valentine Day : ভেলেণ্টাইন ডে’ৰ দিনাই গাড়ীৰ পৰা উদ্ধাৰ প্ৰেমিক যুগলৰ মৃতদেহ, উদ্ধাৰ পিষ্টল
National-International

Valentine Day : ভেলেণ্টাইন ডে’ৰ দিনাই গাড়ীৰ পৰা উদ্ধাৰ প্ৰেমিক যুগলৰ মৃতদেহ, উদ্ধাৰ পিষ্টল

by News Desk
February 14, 2026
53
Lover killed : প্ৰেমিকৰ ঘৰৰ পৰা উদ্ধাৰ ছাত্ৰীৰ নগ্ন মৃতদেহ, কলেজৰ ৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ অশ্লীল ভিডিঅ’
National-International

Lover killed : প্ৰেমিকৰ ঘৰৰ পৰা উদ্ধাৰ ছাত্ৰীৰ নগ্ন মৃতদেহ, কলেজৰ ৱাটছএপ গ্ৰুপলৈ প্ৰেৰণ অশ্লীল ভিডিঅ’

by News Desk
February 14, 2026
57
ADVERTISEMENT
ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা
National-International

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

February 15, 2026
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৭৬২ কোটি টকা ব্যয়

February 15, 2026
50
৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা
National-International

৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

February 15, 2026
50
Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী
Guwahati

Guwahati Extradosed Bridge : দেশৰ প্ৰথমখন ৬ লেনযুক্ত এক্সট্ৰাড’জড সেতু লাভ কৰিলে অসমে, গৌৰৱান্বিত মুখ্যমন্ত্ৰী

February 14, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

ভেকুলীৰ বিষেৰে পুটিনৰ সমালোচক নাভালনীক হত্যা

February 15, 2026
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণত চৰকাৰী কোষাগাৰৰ পৰা মুঠ ৭৬২ কোটি টকা ব্যয়

February 15, 2026
৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

৯ মাৰ্চত লোকসভাত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা

February 15, 2026

Categories

ALL NEWS (17417) Artificial Intelligence (3) Assam (13931) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2065) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) National-International (11519) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (3) Sports News (508) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (2)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d