ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chhattisgarh Maoist attack I ছত্তীশগড়ৰ চুকমাত মাওবাদীৰ বোমা বিস্ফোৰণত নিহত এ এছ পি, তিনি আৰক্ষী জোৱান গুৰুতৰভাৱে আহত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2025
Reading Time: 1 min read
A A
0
Chhattisgarh Maoist attack I ছত্তীশগড়ৰ চুকমাত মাওবাদীৰ বোমা বিস্ফোৰণত নিহত এ এছ পি, তিনি আৰক্ষী জোৱান গুৰুতৰভাৱে আহত

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

Hasina sentenced to death : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি

ছত্তীশগড়ৰ চুকমাত মাওবাদীয়ে স্থাপন (Chattisgarh Maoist Attack) কৰা আই ই ডি বিস্ফোৰণত মৃত্যু হয় চুকমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আকাশ ৰাও। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Chhattisgarh Maoist attack I
ছত্তীশগড়ৰ চুকমাত মাওবাদীৰ বোমা বিস্ফোৰণত নিহত এ এছ পি:

সোমবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। আনহাতে, আন তিনিজন আৰক্ষীৰ অৱস্থা সংকটজনক। দেওবাৰে কোণ্টা-এৰাবৰ পথৰ সমীপৰ ডণ্ড্ৰা অঞ্চলত চাৰিজন আৰক্ষীয়ে টহল দি আছিল।

এ এছ পি আকাশৰ উপৰি দলটোত কণ্টা এছ ডি অ’ পি আৰু কণ্টা থানাৰ হাউছ অফিচাৰকে ধৰি আন তিনিজন আৰক্ষীৰ লোক আছিল। মঙলবাৰে মাওবাদী সংগঠনে আহ্বান জনোৱা দেশজোৰা বন্ধৰ পূৰ্বে নিৰাপত্তাৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ কোণ্টা অঞ্চলত তেওঁলোকে টহল দি আছিল।

সেই সময়ত মাওবাদীয়ে স্থাপন কৰা আই ই ডি বিস্ফোৰণত আকাশ গুৰুতৰভাৱে আহত হয়। আন কেইজনো আহত হয়। আটাইকেইজন আহতক শীঘ্ৰে উদ্ধাৰ কৰি কণ্টা হাস্পতালত ভৰ্তি কৰোৱা হয়। আকাশক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈও স্থানান্তৰৰ কথা বিবেচনা কৰা হয় যদিও তাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।

চুকমা আৰক্ষী অধীক্ষক কিৰণ চাভানে আকাশৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। উল্লেখ্য যে ৰাজ্যখনৰ মাওবাদী বিৰোধী প্ৰচেষ্টাত বৃহৎ অগ্ৰগতি লাভ কৰাৰ মাত্ৰ কেইদিনমানৰ পিছতে এই ঘটনা সংঘটিত হৈছে। ২৭ মে’ত প্ৰথম বেটেলিয়নৰ চাৰিজন সদস্যকে ধৰি মুঠ ১৮জন মাওবাদীয়ে চুকমাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

তদুপৰি, বিগত তিনিদিনত বিজাপুৰত যৌথ বাহিনীৰ অভিযানত কমেও ৭জন মাওবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে চি পি আই (মাওবাদী)ৰ দুজন শীৰ্ষ নেতা । তেওঁলোক কেন্দ্ৰীয় সমিতিৰ নেতা সুধাকৰ আৰু তেলেংগানা ৰাজ্যিক সমিতিৰ নেতা ভাস্কৰ।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ছত্তীশগড়ৰ চুকমাত মাওবাদীৰতিনি আৰক্ষী জোৱান গুৰুতৰভাৱে আহতবোমা বিস্ফোৰণত নিহত এ এছ পি
Share4Tweet3Send

Related Posts

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

by ASSAM TIMES POST
November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

by ASSAM TIMES POST
November 17, 2025
50
Hasina sentenced to death : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি
National-International

Hasina sentenced to death : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি

by ASSAM TIMES POST
November 17, 2025
50
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India I বীমাৰ চুক্তি ভংগ হ’লেও পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিক ক্ষতিপূৰণ দিব লাগিব, উচ্চতম ন্যায়ালয়

by Staff Reporter
November 17, 2025
50
‘অপ্টিমাছ’ই সলনি কৰিব মানৱ সভ্যতাৰ ইতিহাস, অত্যাধুনিক ৰবটৰ ওপৰত আস্থা মাক্সৰ
National-International

‘অপ্টিমাছ’ই সলনি কৰিব মানৱ সভ্যতাৰ ইতিহাস, অত্যাধুনিক ৰবটৰ ওপৰত আস্থা মাক্সৰ

by Staff Reporter
November 17, 2025
50
বিশ্বকাপলৈ টিকট নিশ্চিত কৰিলে নৰৱেই, অনিশ্চয়তাত ইটালী
National-International

বিশ্বকাপলৈ টিকট নিশ্চিত কৰিলে নৰৱেই, অনিশ্চয়তাত ইটালী

by Staff Reporter
November 17, 2025
52
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d