ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Digital lounge at railway station I মুম্বাই চেণ্ট্ৰেল ষ্টেচনত ভাৰতৰ প্ৰথমটো ডিজিটেল লাউঞ্জ  

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 19, 2025
Reading Time: 1 min read
A A
0
Digital lounge at railway station I মুম্বাই চেণ্ট্ৰেল ষ্টেচনত ভাৰতৰ প্ৰথমটো ডিজিটেল লাউঞ্জ   

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

পশ্চিম ৰে’লৱেয়ে মুম্বাই চেণ্ট্ৰেল ৰে’লৱে ষ্টেচনত ভাৰতৰ প্ৰথমটো ডিজিটেল লাউঞ্জ (Digital lounge at Railway Station) মুকলি কৰিবলৈ ওলাইছে। ই হ’ব সম্পূৰ্ণ আধুনিক সুযোগ-সুবিধাসহ কো-ওৰ্কিং স্পেচ, য’ত ৰে’ল যাত্ৰী আৰু সাধাৰণ জনতাই ৰৈ থকাৰ সময়ত কাম কৰাৰ সুবিধা লাভ কৰিব।

Digital lounge at railway station I
মুম্বাই চেণ্ট্ৰেল ষ্টেচনত ভাৰতৰ প্ৰথমটো ডিজিটেল লাউঞ্জ:

প্ৰায় ১৭১২ বৰ্গফুট ঠাইত নিৰ্মিত এই লাউঞ্জটোত এয়াৰ কণ্ডিচনাৰ, হাইস্পীড ইণ্টাৰনেট, চাৰ্জিং পইণ্ট, প্ৰিন্টিং আৰু স্কেনিঙৰ সুবিধা, কনফাৰেন্স ৰুম, ভেণ্ডিং মেচিনৰ পৰা লঘু জলপান আদি থাকিব। ২০ৰ পৰা ৫০জন লোক বহিব পৰা এই লাউঞ্জটো ব্যৱহাৰৰ বাবে ঘণ্টা ভিত্তিত মাচুল দিব লাগিব আৰু ইয়াক ব্যক্তিগত অংশীদাৰিত্ব প্ৰকল্পৰ অধীনত গঢ়ি তোলা হৈছে।

পশ্চিম ৰে’লৱেৰ মুখপাত্ৰ বিনীত অভিষেকে কয় যে এই পদক্ষেপ ডিজিটেল ইণ্ডিয়া আৰু ষ্টেচন আধুনিকীকৰণৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে। মুম্বাই চেণ্ট্ৰেলৰ পিছত আন্ধেৰী, বৰিৱালি, বান্দ্ৰা টাৰ্মিনাছকে ধৰি একাধিক ষ্টেচনত একেধৰণৰ লাউঞ্জ স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ভাৰতৰ প্ৰথমটো ডিজিটেল লাউঞ্জমুম্বাই চেণ্ট্ৰেল ষ্টেচনত
Share4Tweet3Send

Related Posts

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি
National-International

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

by Staff Reporter
June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

by Staff Reporter
June 21, 2025
50
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ
National-International

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

by Staff Reporter
June 21, 2025
50
Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

by Staff Reporter
June 21, 2025
50
পাকিস্তানৰ সৈতে পুনৰ আলোচনাৰ উদ্যোগ ভাৰতৰ
National-International

India Pak tensions I ভাৰতৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে পাকিস্তান-বাংলাদেশৰ সৈতে চীনৰ ত্ৰিপাক্ষিক বৈঠক

by Staff Reporter
June 21, 2025
53
Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা
National-International

Siachen Glacier I বিশ্বৰ আটাইতকৈ বিপজ্জনক সামৰিক ঘাটিত হাতৰ মুঠিত জীউ লৈ থাকে ভাৰতীয় সেনা

by Staff Reporter
June 21, 2025
54
ADVERTISEMENT
Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি
National-International

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

June 21, 2025
50
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ
National-International

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

June 21, 2025
50
Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

June 21, 2025
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

June 21, 2025
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10155) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d