ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Singer Gayatri Hazarika dies : সৰা পাতে পাতে ফাগুণ নামে.. শীৰ্ষক জনপ্ৰিয় গানৰ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
May 16, 2025
Reading Time: 1 min read
A A
0
Singer Gayatri Hazarika dies : সৰা পাতে পাতে ফাগুণ নামে.. শীৰ্ষক জনপ্ৰিয় গানৰ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma । সামাজিক মাধ্যমত সক্ৰিয় হৈছে বিশেষ মৌলবাদী চক্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ

Sahitya Akademi Awards 2025 I অসমৰ সুপ্ৰকাশ ভূঞা, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য অকাদেমি বঁটা

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান। কেইবাটাও কালজয়ী গানেৰে শ্ৰোতাৰ পৰা সমাদৰ লাভ কৰা কণ্ঠশিল্পীগৰাকীৰ শুকুৰবাৰে মৃত্যু হয়। শুকুৰবাৰে দিনৰ ২.১৫ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৪৫ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে গায়ত্ৰী হাজৰিকা দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ আছিল আৰু ১২ মে’ ৰ পৰা তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

সৰা পাতে পাতে ফাগুণ নামে.. শীৰ্ষক জনপ্ৰিয় গানৰ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই
সৰা পাতে পাতে ফাগুণ নামে.. শীৰ্ষক জনপ্ৰিয় গানৰ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই

‘সৰা পাতে পাতে ফাগুণ আহে…’, ‘জোনাক নাছিল বনত…’ আদি কেইবাটাও মনপৰশা গীতেৰে শ্ৰোতাৰ মন-মগজুত স্থান দখল কৰিবলৈ সক্ষম হোৱা গায়ত্ৰী হাজৰিকাৰ জন্ম ১৯৮০ চনত। স্কুলীয়া শিক্ষা গুৱাহাটীৰ টি চি ছোৱালী হাইস্কুলত আৰম্ভ কৰি তেওঁ সন্দিকৈ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। মেট্ৰিকত তেওঁ সংগীত বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। তেওঁ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ উপৰি ভাতখাণ্ডে, লক্ষ্ণৌৰ পৰা সংগীত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ শিশুশিল্পী হিচাপে ১৯৯২ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰতো গীত পৰিবেশন কৰিছিল। ‘ক্ৰোধ’, ‘ৰত্নাকৰ’, ‘কাঞ্চনজংঘা’ আদি ছবিত কণ্ঠদান কৰা গায়ত্ৰী হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠা কেইটামান জনপ্ৰিয় গীত হৈছে ‘আবেলিৰ হেঙুলী আকাশে…’, ;ইমান সেমেকা…’, ‘জোনাক নাছিল বনত…’, ‘তুমি অহাৰ বাতৰি পালে…’, ‘তোমালৈ মোৰ মৰম…’, ‘মন মোৰ উৰি ফুৰে….’, ‘মাথোঁ এজাক বৰষুণ…’, ‘যেতিয়া জোনাক নামিছিল…’, ‘সৰা পাতে পাতে…’, ‘সোণোৱালী সপোন আদি…’।
উল্লেখ্য যে ২০২১ চনত ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেওঁ ‘প্ৰাগ চিনে এৱাৰ্ড’ লাভ কৰিছিল।

আনহাতে, অসমীয়া ধাৰাবাহিক বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিণীতা, আল্পনা আদিৰ শীৰ্ষ গীতত কণ্ঠদান কৰা গায়ত্ৰী হাজৰিকাৰ শ্ৰব্য সংকলন দুটা হৈছে ২০১৪ চনত মুক্তিলাভ কৰা ‘মিঠা আৱেশেৰে’ আৰু ২০১৭ চনত মুক্তিলাভ কৰা ‘সুৰৰ আৱেশেৰে’।

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ১৯৮০ চন৪৫ বছৰ বয়সঅসমীয়া ধাৰাবাহিকআবেলিৰ হেঙুলী আকাশেআল্পনাইমান সেমেকাউচ্চতৰ মাধ্যমিককাঞ্চনজংঘাকালজয়ী গানক্ৰোধগায়ত্ৰী হাজৰিকাগীতগুৱাহাটীগুৱাহাটী অনাতাঁৰ কেন্দ্ৰচিকিৎসাধীনচিকিৎসালয়জনপ্ৰিয় কণ্ঠশিল্পীজোনাক নাছিল বনতটি চি ছোৱালী হাইস্কুলতুমি অহাৰ বাতৰি পালেতোমালৈ মোৰ মৰমদামিনীদুৰাৰোগ্য ৰোগদূৰদৰ্শনদেহাৱসানপৰিণীতাপ্ৰাগ চিনে এৱাৰ্ডবৈদেহীভাতখাণ্ডেমন মোৰ উৰি ফুৰেমমতামাথোঁ এজাক বৰষুণমিঠা আৱেশেৰেযেতিয়া জোনাক নামিছিলৰ’দালীৰত্নাকৰৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়লক্ষ্ণৌশাস্ত্ৰীয় সংগীতশিশুশিল্পীশুকুৰবাৰসংগীতসন্তানসৰা পাতে পাতে ফাগুণ আহেসুৰৰ আৱেশেৰে.সোণোৱালী সপোন
Share5Tweet3Send

Related Posts

“২ কোটি ভেকচিন অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে য’ত ১ কোটি ভেকচিন ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে” : হিমন্ত বিশ্ব
Assam

CM Himanta Biswa Sarma । সামাজিক মাধ্যমত সক্ৰিয় হৈছে বিশেষ মৌলবাদী চক্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ

by Staff Reporter
June 20, 2025
52
Sahitya Akademi Awards 2025 I অসমৰ সুপ্ৰকাশ ভূঞা, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য অকাদেমি বঁটা
Assam

Sahitya Akademi Awards 2025 I অসমৰ সুপ্ৰকাশ ভূঞা, সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ সাহিত্য অকাদেমি বঁটা

by Staff Reporter
June 18, 2025
53
Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery
Assam

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

by Staff Reporter
June 13, 2025
50
Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ
Assam

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

by Staff Reporter
June 9, 2025
55
Flood in Assam : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ ৮ জিলা
Assam

Assam flood I অসমত শেহতীয়া বানত ২১ জিলাত ১৯ জনৰ মৃত্যু

by Staff Reporter
June 5, 2025
53
Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ
Assam

Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

by Staff Reporter
June 3, 2025
53
ADVERTISEMENT
Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি
National-International

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

June 21, 2025
50
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ
National-International

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

June 21, 2025
50
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ
National-International

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

June 21, 2025
50
Iran Israel war । ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হ’ব, নেতানিয়াহুৰ দাবী
National-International

Iran Israel conflict I ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰাৰ ক্ষমতা ইজৰাইলৰ নাই, দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

Iran Israel war । ইৰাণ-ইজৰাইল যুদ্ধত নতুন মোৰ, এইবাৰ উত্তৰ কোৰিয়াৰৰ ট্ৰাম্পক সকীয়নি

June 21, 2025
হয় বিনিয়োগ, নহ’লে তলাবন্ধ! এয়াৰ ইণ্ডিয়া সন্দৰ্ভত সিদ্ধান্ত কেন্দ্রৰ

Air India I বাৰে বাৰে কৰ্তব্যত অৱহেলা, এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ কেন্দ্ৰৰ

June 21, 2025
Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

Viral sex video I খিৰিকীৰ পৰ্দা ডাঙি হোটেলৰ কোঠাত অভিসাৰ, অন্তৰংগ মুহূৰ্ত উপভোগ কৰিবলৈ ৰাস্তাত ভিৰ

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10155) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d