ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Operation Sindoor I অপাৰেচন সিন্দুৰত ১০০ সন্ত্ৰাসবাদী খতম, সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 8, 2025
Reading Time: 1 min read
A A
0
প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং কোভিডত আক্ৰান্ত:

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

‘অপাৰেচন সিন্দুৰ’ (Operation Sindoor) ত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকত এই কথা প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে জনাইছে যে এই অভিযান এতিয়াও শেষ হোৱা নাই।

Operation Sindoor I
অপাৰেচন সিন্দুৰত ১০০ সন্ত্ৰাসবাদী খতম:

চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি একাধিক সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিছে। সূত্ৰ মতে, কেন্দ্ৰীয় কেবিনেটৰ সদস্যসকলেও বৈঠকত বিৰোধী দলসমূহৰ প্ৰতিনিধিৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ঐক্যবদ্ধ হৈ থকা’ বাৰ্তাও দাঙি ধৰে।

বাৰ্তাটোত কোৱা হৈছে যে এই কঠিন সময়ত দেশৰ প্ৰতিজন নাগৰিকে একত্ৰিত হৈ থিয় দিয়াটো প্ৰয়োজনীয়। মঙলবাৰে গভীৰ নিশা পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ ৯টা স্থানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘নিখুঁত আক্ৰমণ’ সংঘটিত হয়।

এই ৯ টা স্থানৰ ভিতৰত ৪ টা পাকিস্তানত আৰু ৫ টা পাক অধিকৃত কাশ্মীৰত। বাহাৱালপুৰ, মুৰিদকে আৰু শিয়ালকোট এই তিনিটা অঞ্চলৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাটোৱেই আছিল সেনাৰ মূল লক্ষ্য। দাবী কৰা হৈছে যে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ উক্ত ঠাইসমূহতে পৰিকল্পনা কৰা হৈছিল।

কিন্তু ভাৰতে এই সামৰিক অভিযানত কিমান লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। চৰকাৰী সূত্ৰ অনুসৰি, ৰাজনাথ সিঙে সৰ্বদলীয় বৈঠকত বিৰোধী প্ৰতিনিধিৰ আগত কয় যে এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। এই অভিযানৰ সবিশেষ বিৰোধী দলৰ প্ৰতিনিধিক বুজাই দিয়া বুলি চৰকাৰী সূত্ৰটোৱে জানিবলৈ দিয়ে।

উল্লেখ্য যে বৃহস্পতিবাৰে সংসদ ভৱনত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত উপস্থিত নাছিল প্ৰধানমন্ত্ৰী। ইয়াৰ সভাপতিত্ব কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে ধৰি কেবিনেট সদস্যসকল উপস্থিত থাকে। উল্লেখ্য যে পহেলগাম কাণ্ডৰ পিছত অনুষ্ঠিত সৰ্বদলীয় বৈঠকতো প্ৰধানমন্ত্ৰী উপস্থিত নাছিল।

আনহাতে, কংগ্ৰেছৰ হৈ ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী উপস্থিত থাকে। ইয়াৰ উপৰি তৃণমূলৰ হৈ সুদীপ বেনাৰ্জী, ডি এম কেৰ হৈ টি আৰ বালু, আপৰ হৈ সঞ্জয় সিং, উদ্ধৱ থাকৰেৰ হৈ সঞ্জয় ৰাউত, এন চি পি (এছ পি)ৰ হৈ সুপ্ৰিয়া চুলে উপস্থিত থাকে।

কেন্দ্ৰৰ এক সূত্ৰই জনোৱা মতে, সৰ্বদলীয় বৈঠকত ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহ কেনেদৰে আঘাতপ্ৰাপ্ত হৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে।

এই সামৰিক অভিযানৰ সম্ভাৱ্য প্ৰভাৱ আৰু পাকিস্তানৰ যিকোনো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই সম্ভাৱ্য সঁহাৰিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি সূত্ৰটোৱে জনায়। জানিব পৰা মতে, সভাত উপস্থিত থকা সকলোকে কেন্দ্ৰই অনুৰোধ জনাইছে যে সেনাবাহিনীৰ বীৰত্বৰ খবৰ সকলোতে বিয়পাই দিব লাগে।

Tags: অপাৰেচন সিন্দুৰত ১০০সন্ত্ৰাসবাদী খতমসৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx