ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home cultural

Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

কামৰুল খান :

ASSAM TIMES POST by ASSAM TIMES POST
March 31, 2025
Reading Time: 1 min read
A A
0
Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session

ৰমজানৰ কাঁচি জোনে আকাশত ভুমুকি মৰাৰ পিছত আৰম্ভ হয় ইছলামধৰ্মী লোকৰ কঠোৰ ব্ৰত আৰু আত্মসংযমৰ উপলক্ষ ৰোজা। মাহজোৰা কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তিতাৰ এক শাৰীৰিক অনুশীলন হৈছে ৰমজানৰ উপবাস, যাক সহজ অৰ্থত ৰোজা বুলি কোৱা হয়।
ৰমজান মাহ হৈছে ইছলামিক কেলেণ্ডাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ। কিয়নো এই মাহতে ইছলামধৰ্মী লোকৰ আন দুটা গুৰুত্বপূৰ্ণ তিথি পালন কৰা হয়। যি দুটা তিথি ৰমজানৰ ঠিক আগত (শ্ববেবৰাট) আৰু ৰমজানৰ অন্তিম সপ্তাহত (শ্ববেকদৰ) পালন কৰা হয়। এই তিথি দুটা ইছলামধৰ্মী লোকৰ বাবে নিজক সংশোধন কৰা আৰু পুণ্য অর্জনৰ আটাইতকৈ ডাঙৰ উপলক্ষ।

মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ
মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

ইয়াৰ উপৰি ৰমজানৰ উপবাসৰ লগতে ঈদৰ পূৰ্বে ফিটৰা আৰু জাকাত হৈছে প্ৰতিগৰাকী ইছলামধৰ্মী লোকৰ বাবে এক অৱশ্যে কৰণীয় কৰ্তব্য। প্ৰতিগৰাকী সামৰ্থ্যৱান লোকৰ বাবে ফিটৰা আৰু জাকাত হৈছে বাধ্যতামূলক।

ইয়াৰ এক অন্তৰ্নিহিত অৰ্থ আছে। প্ৰথম, যিসকল লোক আর্থিকভাৱে টনকিয়াল নহয় তেওঁলোকক ঈদৰ আনন্দ উদযাপনৰ বাবে সুযোগ প্ৰদান কৰা। দ্বিতীয়, যিসকল লোক অৰ্থনৈতিকভাৱে টনকিয়াল, তেওঁলোকক সামাজিক দায়বদ্ধতাৰ পাঠ শিকোৱা। এয়া হৈছে হজৰত মহম্মদৰ (স্বা) সমাজবাদী নীতিৰ প্ৰতি অনুৰাগ।
ৰমজানৰ মাহজোৰা ব্ৰতৰ পিছত পুনৰ আকাশত কাঁচি জোনে ভুমুকি মৰাৰ লগে লগে আৰম্ভ হয় ঈদৰ আনন্দ উৎসৱ।

8neg8stg eid ul fitr 625x300 10 May 21 e1743377678446 | ASSAM TIMES POSTঈদ মানে হৈছে খুচি- আনন্দ। ভাতৃত্ববোধৰ এক অপূৰ্ব নিদৰ্শন। সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক একেশাৰীত থিয় কৰোৱাৰ এক অন্যতম উৎসৱ। ঈদৰ উন্মাদনাত বিয়পি পৰে ভাতৃত্ববোধৰ বাৰ্তা। ঈদে আনি দিয়ে সুখ ভাগ-বতৰাৰ অনাবিল মুহূৰ্ত। ঈদ মানে হৈছে সামাজিক সমতা আৰু ন্যায়ৰ অন্যতম উৎসৱ।

এমাহৰ কঠোৰ ব্ৰত আৰু আত্মসংযমৰ অন্তত ঈদ উদযাপনৰ জৰিয়তে আগন্তুক সময়ৰ বাবে নিজক সংশোধন কৰি সৎ আৰু সঠিক পথত চলাৰ এক পথ নিৰ্দেশনা।
এই ঈদ হওক আমাৰ সকলোৰে বাবে এক আশাৰ বতৰা, সামাজিক ন্যায় প্ৰতিষ্ঠাৰ মুহূৰ্ত।
আছাম টাইমছ পোষ্টৰ সমূহ দৰ্শকৰ লগতে ৰাজ্যবাসীলৈ ঈদ উল ফিটৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Tags: অনুশাসনআকাশত ভুমুকিআছাম টাইমছআত্মসংযমআনন্দ উৎসৱআশাৰ বতৰাআৰ্থিকভাৱে টনকিয়ালইছলামধৰ্মইছলামিক কেলেণ্ডাৰঈদঈদ-উল-ফিটৰউপলক্ষকঠোৰ ব্ৰতকাঁচি জোনগুৰুত্বপূৰ্ণ মাহজাকাতনিয়মানুৱৰ্তিতান্যায়পুণ্য অর্জনফিটৰাভাতৃত্ববোধমাহজোৰারমজানশাৰীৰিক অনুশীলনশুভেচ্ছাশ্ববেকদৰশ্ববেবৰাটসমাজবাদী নীতিসামাজিক দায়বদ্ধতাসামাজিক ন্যায়.সামাজিক সমতাসামৰ্থ্যৱানসৎ পথহজৰত মহম্মদৰোজা
Share4Tweet3Send

Related Posts

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া
cultural

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

by ASSAM TIMES POST
April 14, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session
Assam

Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session

by ASSAM TIMES POST
March 23, 2025
50
Celebrating Heritage: The Grand Inauguration of the 51st Karbi Youth Festival at Karbi People’s Hall, Taralangso
cultural

Celebrating Heritage: The Grand Inauguration of the 51st Karbi Youth Festival at Karbi People’s Hall, Taralangso

by ASSAM TIMES POST
February 16, 2025
50
The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:
ALL NEWS

The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:

by ASSAM TIMES POST
February 14, 2025
50
Assam Silpi Award 2025 I ২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা
cultural

Assam Silpi Award 2025 I ২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা

by Staff Reporter
January 5, 2025
50
ADVERTISEMENT
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
50
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
50
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026
50
Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন
National-International

Cyber crime : সাৱধান, অ’টিপি অবিহনেই হৰলুকি হ’ব পাৰে আপোনাৰ একাউণ্টৰ ধন

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

April 30, 2026
IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

April 30, 2026
Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ধৰ্ষণৰ বলি হোৱা লোকৰ স্বেচ্ছামূলক গৰ্ভপাত সন্দৰ্ভত কেন্দ্ৰক আইন সংশোধনৰ আহ্বান উচ্চতম ন্যায়ালয়ৰ

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx