ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home cultural

Assam Silpi Award 2025 I ২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 5, 2025
Reading Time: 1 min read
A A
0
Assam Silpi Award 2025 I ২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে শিল্পী বঁটা (Silpi Award) । এই শিল্পী বঁটাৰ বাবে এইবাৰ মনোনয়ন লাভ কৰিছে কণ্ঠশিল্পী ডঃ অণিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী শ্ৰীমুকুল ৰাভাই।

২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা
২০২৫ বৰ্ষৰ বাবে অসম চৰকাৰৰ শিল্পী বঁটা ঘোষণা:

অহা ১৭ জানুৱাৰীত গোলাঘাটত আয়োজিত কেন্দ্রীয় শিল্পী দিৱসৰ অনুষ্ঠানত তেওঁলোকক এই বঁটাৰে সন্মানিত কৰা হ’ব।ইয়াৰ উপৰি অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগোৱা তিনিগৰাকী ব্যক্তিক ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ’ব।

ইয়াৰে ভিতৰত ২০২৪ বৰ্ষৰ নটসূর্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্রী ৰেবা ফুকন, সাহিত্যাচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটা অভিনেত্রী হীৰা নেওগ আৰু ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ’ব।

Tags: চৰকাৰৰ শিল্পী বঁটা ঘোষণা২০২৫ বৰ্ষৰ বাবে অসম
Share4Tweet3Send

Related Posts

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া
cultural

Bohag Bihu 2026 : জুবিনবিহীন প্ৰথম ব’হাগ আৰু ৰঙালীৰ ৰং, আবেগক বুকুত সাৱটি ৰঙালী বিহুক আদৰিবলৈ সাজু অসমীয়া

by ASSAM TIMES POST
April 14, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ
cultural

Eid al-Fitr : মাহজোৰা কৃচ্ছ সাধনাৰ অন্তত খুচি আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ উল ফিটৰ

by ASSAM TIMES POST
March 31, 2025
50
Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session
Assam

Assam Government’s Commitment to Tiwa Culture Takes Center Stage at 13th Central Session

by ASSAM TIMES POST
March 23, 2025
50
Celebrating Heritage: The Grand Inauguration of the 51st Karbi Youth Festival at Karbi People’s Hall, Taralangso
cultural

Celebrating Heritage: The Grand Inauguration of the 51st Karbi Youth Festival at Karbi People’s Hall, Taralangso

by ASSAM TIMES POST
February 16, 2025
50
The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:
ALL NEWS

The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:

by ASSAM TIMES POST
February 14, 2025
50
ADVERTISEMENT
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx