ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Poetry Reading : ডিফুত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত কবিতা পাঠ অনুষ্ঠানৰ সফল সামৰণি

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
March 22, 2025
Reading Time: 1 min read
A A
0
Poetry Reading : ডিফুত ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত কবিতা পাঠ অনুষ্ঠানৰ সফল সামৰণি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

শনিবাৰে বিয়লিৰ ভাগত  ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত (Diphu Branch Poet’s Conference Initiative) অসম সাহিত্য সভাৰ কাৰবি আংলং জিলাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱনত এটি কবিতা পাঠৰ অনুষ্ঠান (Poetry Reading) অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ কবিতা পাঠ অনুষ্ঠানত ডিফুৰ নবীন-প্ৰবীন আৰু শিশু কবিসকলে কবিতা পাঠ কৰাৰ লগতে গীত পৰিৱেশন কৰে৷

ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানটিৰ সঞ্চালনা কৰে ক্ৰমে, জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এট হাঞ্চে আৰু ডিফু শাখা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা পুতুল চেতিয়াই৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু শাখা কবি সন্মিলনৰ সভানেত্ৰী গীতা বৰাই কয় যে,  নৱ গঠিত ডিফু শাখা কবি সন্মিলনৰ এইখন প্ৰথম কবিতা পাঠ অনুষ্ঠান৷

Diphu 1 1 | ASSAM TIMES POST
ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত কবিতা পাঠ অনুষ্ঠানৰ সফল সামৰণি

আজিৰ কবিতা পাঠ অনুষ্ঠানত ৬০ ত কৈও অধিক কবিয়ে স্বৰচিত,  আনৰ কবিতা পাঠ কৰি অনুষ্ঠানটিক সাফল্য মণ্ডিত কৰি তোলে৷ তদুপৰি আজিৰ অনুষ্ঠানত অসম কবি সন্মিলনত কবিতা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বঁটা লাভ কৰি  জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ছাৰ এট হাঞ্চে, কৌস্তৱ খাউণ্ড, ৰবিন চন্দ্ৰ বেজ বৰুৱা আৰু গীতা হাঞ্চেপীক ডিফু শাখা কবি সন্মিলনৰ উদ্যোগত বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়৷ আজিৰ অনুষ্ঠানত ডিফু শাখা কবি সন্মিলনৰ সম্পাদক পংকজ ডেকা আৰু সহকাৰী সম্পাদক প্ৰণিতা বেজ বৰুৱা আপু হিমাংক প্ৰকাশ বৰা লগতে অনান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷

Tags: PoetryReadingডিফুতকবিতাপাঠ
Share4Tweet3Send

Related Posts

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
Drugs recovered : খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক
KARBI ANGLONG

Drugs recovered : খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

by News Desk
March 31, 2026
50
Morphine seized I খটখটী আৰক্ষীৰ অভিযানত জব্দ মৰফিন, এজনক আটক
KARBI ANGLONG

Morphine seized I খটখটী আৰক্ষীৰ অভিযানত জব্দ মৰফিন, এজনক আটক

by Staff Reporter
March 30, 2026
50
ADVERTISEMENT
Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক
National-International

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

April 15, 2026
50
২৫ বছৰত প্রথমবাৰৰ বাবে ৪০০ ধনকুবেৰৰ তালিকাৰ পৰা বাদ ডোনাল্ড ট্রাম্প
National-International

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

April 15, 2026
50
Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২
National-International

Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

April 15, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Lok Sabha I লোকসভাৰ আস ৮৫০ খনলৈ বৃদ্ধিৰ পৰিকল্পনা মোদী চৰকাৰৰ

April 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

Minor rape case : ১৮০ নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত যুৱক

April 15, 2026
২৫ বছৰত প্রথমবাৰৰ বাবে ৪০০ ধনকুবেৰৰ তালিকাৰ পৰা বাদ ডোনাল্ড ট্রাম্প

Donald Trump I বন্ধু ট্ৰাম্পৰ ফোন মোদীলৈ, ৪০ মিনিটৰ বাৰ্তালাপ

April 15, 2026
Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

Chhattisgarh blast I ছত্তীশগড়ৰ বেদান্ত গ্ৰুপৰ তাপবিদ্যুৎ কেন্দ্ৰত বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত ২২

April 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx