ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Staline meet against delimitation : ২৫ বছৰলৈ লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ স্থগিত ৰখাৰ দাবীত একত্ৰিত দক্ষিণ ভাৰত

নিউজ ডেস্কঃ

News Desk by News Desk
March 22, 2025
Reading Time: 1 min read
A A
0
Staline meet against delimitation : ২৫ বছৰলৈ লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ স্থগিত ৰখাৰ দাবীত একত্ৰিত দক্ষিণ ভাৰত

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

New Logo Smal 1 | ASSAM TIMES POST

লোকসভাৰ সমষ্টি (Lok Sabha constituency) পুনৰ নিৰ্ধাৰণ (Delimitation) আগন্তুক ২৫ বছৰৰ বাবে (For 25 years) স্থগিত ৰখাৰ দাবী ষ্টেলিনৰ (Stalin demands postponement)। শনিবাৰে চেন্নাইৰ বৈঠকত দক্ষিণ ভাৰতৰ চাৰি ৰাজ্যৰ মুখ্যমন্ত্রী আৰু এখন ৰাজ্যৰ উপ-মুখ্যমন্ত্রীৰ উপস্থিতিত এই সন্দৰ্ভত প্রস্তাৱ গ্ৰহণ কৰা হয়।

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনৰ আহ্বানত স্বচ্ছতাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবীত ‘জয়েন্ট একচন কমিটি’ৰ বৈঠকত শুক্রবাৰে চেন্নাইত উপস্থিত হৈছিল কেৰালাৰ মুখ্যমন্ত্রী তথা চিপিএম নেতা পিনাৰাই বিজয়ন, তেলেঙ্গানাৰ কংগ্রেছৰ মুখ্যমন্ত্রী ৰেবন্ত ৰেড্ডি, পঞ্জাবৰ আপ চৰকাৰৰ মুখ্যমন্ত্রী ভগৱন্ত মান। লগতে উপস্থিত থাকে কর্নাটকেৰ উপ-মুখ্যমন্ত্রী তথা প্রদেশ কংগ্রেছৰ সভাপতি ডি কে শিৱকুমাৰ।

যৌথ কমিটিৰ প্রস্তাৱত কোৱা হৈছে যে দেশত জনসংখ্যা নিয়ন্ত্রণৰ যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে তাত এই পর্যন্ত উপনীত হ’ব পৰা নাই। এই পৰিস্থিতিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত আৰু ২৫ বছৰৰ বাবে স্থগিত ৰখা হওক। প্রস্তাৱটোত কোৱা হৈছে, “যিবোৰ ৰাজ্যই জন্মহাৰ নিয়ন্ত্রণ কাৰ্যব্যৱস্থা সফলভাৱে ৰূপায়িত কৰিব পাৰিছে, তেওঁলোকক শাস্তি দিয়া উচিত নহয়।”

Tn 1 | ASSAM TIMES POST
২৫ বছৰলৈ লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ স্থগিত ৰখাৰ দাবীত একত্ৰিত দক্ষিণ ভাৰত

উল্লেখযোগ্য যে জনসংখ্যা অনুযায়ী লোকসভাত সাংসদৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা। ২০২৯ চনৰ লোকসভা নির্বাচনৰ পূৰ্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি লোকসভা সমষ্টিৰ সংখ্যা বৃদ্ধি কৰি ল’ব পাৰে বুলি বিৰোধী দলবোৰে আশংকা কৰিছে। সেয়া হ’লে হিন্দী বলয়ৰ ৰাজ্যবোৰৰ পৰা লোকসভাৰ আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। পৰৱৰ্তী লোকপিয়ল অনুসৰি লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণৰ ৰাজ্যবোৰৰ সাংসদৰ সিমান এটা বৃদ্ধি নাপাব। কাৰণ উক্ত ৰাজ্যবোৰত জন্মহাৰ বৃদ্ধিৰ হাৰ উত্তৰ ভাৰতৰ তুলনাত কম। তেনে ক্ষেত্রত বিজেপি লাভৱান হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ডিএমকে, চিপিএমৰ দৰে দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ শাসকীয় দলবোৰে।

আনহাতে, ষ্টেলিনে আহ্বান জনোৱা বৈঠকত যোগ দি তেলেঙ্গানাৰ মুখ্যমন্ত্রী ৰেবন্ত ৰেড্ডীয়ে কয়, “উত্তৰ ভাৰতে আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিব। বিজেপিয়ে যদি জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰে, তেন্তে দক্ষিণ ভাৰতে নিজস্ব ৰাজনৈতিক কণ্ঠ হেৰুৱাব।” ইফালে কেৰালাৰ মুখ্যমন্ত্রী বিজয়নে কয়, ‘‘আমাৰ ওপৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিপদ আহিছে। মোদী চৰকাৰে কাৰো সৈতে একো আলোচনা নকৰাকৈ নিজৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সক্রিয় হৈছে। এনে পদক্ষেপ সাংবিধানিক বিধি আৰু গণতান্ত্রিক চেতনাৰ পৰিপন্থী।’’

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MKStalineSouthAgainstagainstdelimitationএমকেষ্টেলিন
Share5Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
58
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d