ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Holi Celebrations : ডিফু নামঘৰ সমন্বয়ৰক্ষীৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
March 14, 2025
Reading Time: 1 min read
A A
0
Holi Celebrations : ডিফু নামঘৰ সমন্বয়ৰক্ষীৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা

শুকুৰবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত দৌল উপলক্ষ্যে (Holi) ডিফু পুলিছ ৰিজাৰ্ভ নামঘৰত সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ (Namghar Co-ordination Committee) উদ্যোগত দিনযোৰা কাৰ্যসুচীৰ অংশ স্বৰূপে ভাগৱত যাত্ৰা উলিওৱা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত পুলিছ ৰিজাৰ্ভ নামঘৰৰ নামঘৰীয়া প্ৰফুল্ল নামঘৰৰ দ্বাৰা প্ৰাতঃ নাম প্ৰসংগ, ৯ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে সদৌ ডিফু নামঘৰ (Diphu Namghar) সমন্বয় ৰক্ষী সমিতিৰ সভাপতি কমলেশ্বৰ ডেকা ৰজাই৷

diphu 1 | ASSAM TIMES POST
ডিফু নামঘৰ সমন্বয়ৰক্ষীৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদযাপন

ইয়াৰ পিছতেই ক্ৰমে, স্মৃতি তৰ্পন, বৃক্ষৰোপন, দেৱ বাদ্য বাদন, ভাগৱত যাত্ৰা, সমূহীয়া নাম প্ৰসংগ, প্ৰসাদ দিয়া অন্ন প্ৰসাদ গ্ৰহণ অনুষ্ঠিত৷ সন্ধিয়া ৫ বাজি ৩০ মিনিটত ধৰ্ম ধ্বজা অৱৰোহন আৰু নামঘৰ চৌহদত বন্তি প্ৰজ্বলন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Diphuডিফু
Share4Tweet3Send

Related Posts

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

by Staff Reporter
November 15, 2025
55
খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

by Staff Reporter
November 12, 2025
66
ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা
KARBI ANGLONG

ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা

by Staff Reporter
November 11, 2025
54
ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন
KARBI ANGLONG

ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন

by Staff Reporter
November 7, 2025
54
Sudha Kantha Bhupen Hazarika : ডিফুত  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী  উদযাপন , ৫ হাজাৰ লোকে একেলগে গালে “মানুহে মানুহৰ বাবে”
KARBI ANGLONG

Sudha Kantha Bhupen Hazarika : ডিফুত  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী  উদযাপন , ৫ হাজাৰ লোকে একেলগে গালে “মানুহে মানুহৰ বাবে”

by ASSAM TIMES POST
November 5, 2025
51
ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট, ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ এনএইছএম কৰ্মচাৰী সকলৰ  
KARBI ANGLONG

ডিফুত ৫ দফীয়া দাবীলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মচাৰী সকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘট, ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ এনএইছএম কৰ্মচাৰী সকলৰ  

by Staff Reporter
November 3, 2025
52
ADVERTISEMENT
Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10880) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d