ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Airport : বহু সময় অপেক্ষাৰ পিছতো নাপালে হুইলচেয়াৰ, দিল্লী বিমানবন্দৰত পৰি মগজুত আঘাত মহিলাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 8, 2025
Reading Time: 1 min read
A A
0
Delhi Airport : বহু সময় অপেক্ষাৰ পিছতো নাপালে হুইলচেয়াৰ, দিল্লী বিমানবন্দৰত পৰি মগজুত আঘাত মহিলাৰ

RELATED POSTS

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

New Logo Smal | ASSAM TIMES POST

বহু সময় ধৰি অপেক্ষা কৰাৰ লগতে বিমান কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ কৰি আছিল এখন হুইলচেয়াৰৰ বাবে। কিন্তু তাৰ পিছতো লাভ কৰা নাছিল হুইলচেয়াৰ। অৱশেষত তেনেদৰেই বিমানত উঠিবলৈ আগবাঢ়ে এগৰাকী বয়োজ্যেষ্ঠ মহিলা। কিন্তু দিল্লী বিমানবন্দৰ (Delhi Airport)ত বিমানত উঠাৰ পৰি আহত (Injured) হয় ৮২ বছৰীয়া মহিলা (An 82-year-old woman) গৰাকী। জানিব পৰা মতে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাটোৰ পিছত মহিলাগৰাকীৰ নাতিনীয়েকে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে সুব্যৱস্থাৰ অভাৱ আৰু অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে। এয়াৰ ইণ্ডিয়ায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এয়াৰ ইণ্ডিয়াৰ বেংগালুৰু অভিমুখী বিমানত টিকট বুক কৰাৰ সময়ত ৰাজ পাচৰিচা নামৰ এগৰাকী অশীতিপৰ ব্যক্তিয়ে হুইলচেয়াৰৰ (Wheelchair) বাবে আবেদন কৰিছিল। তেওঁ বিমানখনত উঠিবলৈ সময়মতে দিল্লী বিমানবন্দৰত উপস্থিত হোৱা বুলি দাবী কৰিছিল। কিন্তু অভিযোগ কৰা হৈছে যে হুইলচেয়াৰখন বহু সময় অপেক্ষা কৰাৰ পাছতো পোৱা নাছিল। অৱশেষত, এগৰাকী আত্মীয়ৰ সহায়ত তেওঁ খোজকাঢ়ি বিমানত উঠিবলৈ বাধ্য হৈছিল। কিন্তু বহু কষ্টেৰে বহুদূৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁ কাউণ্টাৰত আহি হঠাতে বাগৰি পৰে। ফলত মূৰ, ওঁঠ আৰু নাকত আঘাত পায়। কিন্তু সহযাত্ৰীৰ পৰা বিমান সেৱকলৈকে কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। পৰ্যাপ্ত প্ৰাথমিক চিকিৎসাও উপলব্ধ নাছিল। তেনে পৰিস্থিতিতে তেওঁ বিমানত উঠিবলগা হৈছিল।

delhi 1 | ASSAM TIMES POST
অপেক্ষাৰ পিছতো নাপালে হুইলচেয়াৰ, দিল্লী বিমানবন্দৰত পৰি মগজুত আঘাত মহিলাৰ

পৰিয়ালৰ মতে, তেওঁক পিছত বেংগালুৰুৰ এখন চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হয়। আঘাতৰ কাৰণে তেওঁৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছিল। তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে। মহিলাগৰাকীৰ নাতিনীয়েকে কয় যে তেওঁৰ শৰীৰৰ বাওঁফালটো ক্ৰমান্বয়ে জঠৰ হৈ পৰিছে।চিকিৎসকসকলেও পক্ষাঘাতৰ আশংকা কৰিছে।

অৱশ্যে, এয়াৰ ইণ্ডিয়াই সকলো অভিযোগ অস্বীকাৰ কৰিছে। এয়াৰলাইনছ সংস্থাটোৱে কৈছে যে মহিলাগৰাকীৰ অভিযোগ ভিত্তিহীন। তেওঁ হুইলচেয়াৰৰ বাবে এঘণ্টা অপেক্ষা কৰিবলগা হোৱা নাছিল। বৰঞ্চ তেওঁলোকে সেইদিনা নিৰ্ধাৰিত সময়তকৈ অলপ পলমকৈ বিমানবন্দৰলৈ আহিছিল। যাত্ৰীগৰাকীৰ আত্মীয়সকলে হুইলচেয়াৰৰ বাবে অনুৰোধ কৰিছিল। কিন্তু সেই সময়ত অতিমাত্ৰা যাত্ৰীৰ ভিৰৰ বাবে হুইলচেয়াৰ উপলব্ধ নাছিল। ইয়াৰ পিছত মহিলাগৰাকীয়ে নিজৰ ইচ্ছামতে আত্মীয়ৰ সৈতে খোজকাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ পিছতে তেওঁ বিমানবন্দৰৰ চৌহদত বাগৰি পৰে। এয়াৰ ইণ্ডিয়াই এইটোও কয় যে প্ৰাথমিক চিকিৎসা নোপোৱাৰ অভিযোগো সত্য নহয়। মহিলাগৰাকী পৰি যোৱাৰ পিছত বিমানবন্দৰৰ কৰ্মচাৰী আৰু চিকিৎসকসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল। তেওঁলোকে তেওঁক প্ৰাথমিক চিকিৎসা দিছিল। এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, “আমি মহিলাগৰাকীৰ প্ৰতি সম্পূৰ্ণ সহানুভূতিশীল আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। অৱশ্যে অভিযোগৰ আধাৰত বিষয়টোৰ তদন্ত কৰা হৈছে।’’

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DelhiAirportদিল্লীবিমানবন্দৰ
Share4Tweet3Send

Related Posts

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

by News Desk
October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

by News Desk
October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

by News Desk
October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

by News Desk
October 22, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

by News Desk
October 22, 2026
50
ADVERTISEMENT
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d