ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Jhumoir Binondini : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ বিশাল প্ৰদৰ্শনী

নিউজ ডেস্কঃ

News Desk by News Desk
February 24, 2025
Reading Time: 1 min read
A A
0
Jhumoir Binondini : প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ বিশাল প্ৰদৰ্শনী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম (Saroosjai Stadium)ত অনুষ্ঠিত হয় চাহ জনগোষ্ঠীৰ অন্যতম সংস্কৃতি ঝুমুৰ নৃত্য (Jhumur Dance)ৰ এক বিশাল প্ৰদৰ্শন (Huge display) ‘ঝুমইৰ বিনন্দিনী’।

jumoor | ASSAM TIMES POST
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ বিশাল প্ৰদৰ্শনী

এই অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi), অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক তথা এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ অহা কেইবাখনো দেশ বহুকেইগৰাকী ৰাষ্ট্ৰদূতৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল।

jumoor 2 | ASSAM TIMES POST
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত

অনুষ্ঠানত প্ৰায়‌ ৯ হাজাৰ চাহ জনগোষ্ঠীৰ নৃত্যশিল্পীয়ে ‘ঝুমইৰ বিনন্দিনী’ (Jhumoir Binondini) অনুষ্ঠান পৰিবেশন কৰে। ইয়াৰ পূৰ্বে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ সন্ধিয়া প্ৰায় ৬.২০ বজাত প্রধানমন্ত্রীয়ে বৰঝাৰত অৱতৰণ কৰে। তাৰ পৰা তেওঁ সৰুসজাই ষ্টেডিয়ামলৈ আহে। আনহাতে, প্রধানমন্ত্রী মোদীক সন্ধিয়া ৭ বজাত এখন বিশেষভাৱে সজ্জিত বাহনেৰে সৰুসজাই ষ্টেডিয়াম প্ৰদক্ষিণ কৰোৱা হয়। তেওঁৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

jumoor 1 | ASSAM TIMES POST
সৰুসজাই ষ্টেডিয়ামত চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ বিশাল প্ৰদৰ্শনী

ইয়াৰ পিছত নিশা প্ৰায় ৭.৫০ বজাত প্ৰধানমন্ত্ৰীয়ে ডবা কোবাই ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ আৰম্ভণি কৰে। এই অনুষ্ঠানৰ পিছত অসমৰ সংস্কৃতিক উজ্জীৱিত কৰি লেজাৰ শ্ব’ আৰু আতচবাজীও অনুষ্ঠিত হয়। দেশ-বিদেশৰ পৰা অহা তিনি শতাধিক নিমন্ত্রিত অতিথিয়ে এই অনুষ্ঠান উপভোগ কৰে।

Tags: JhumoirBinondiniJhumurDanceঝুমুৰনৃত্য
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx