ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Jhumoir Binondini : বিমানবন্দৰৰ পৰা সৰুসজাইলৈ ব্যাপক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

নিউজ ডেস্কঃ

News Desk by News Desk
February 24, 2025
Reading Time: 1 min read
A A
0
Jhumoir Binondini : বিমানবন্দৰৰ পৰা সৰুসজাইলৈ ব্যাপক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tragic Loss I Couple Perishes in Maligaon Post Office Fire

Four Arrested in Silsako Eviction Protest as Women Stage Sit-in at Dispur PS

Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ

সৰুসজাইত আৰম্ভ হৈছে অসম চৰকাৰৰ (Govg. Assam) অভিলাষী গীত-নৃত্য (Aspirational song-dance)ৰ অনুষ্ঠান ‘ঝুমইৰ বিনন্দিনী’ (Jhumai’s Binandaini)। এই উপলক্ষে সৰুসজাই ষ্টেডিয়াম (Saroosjai Stadium)ত উপস্থিত (Present) হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)। ইয়াৰ উপৰি উপস্থিত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ (Minister S Jaishankar)ৰ লগতে বহু বিদেশী প্ৰতিনিধি (Many foreign delegates)।

modi 1 | ASSAM TIMES POST
বিমানবন্দৰৰ পৰা সৰুসজাইলৈ ব্যাপক আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

আজি সন্ধিয়া গুৱাহাটী বিমানবন্দৰত অৱতাৰণ কৰে প্ৰধানমন্ত্ৰী। বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, বিমানবন্দৰৰ ভিতৰে-বাহিৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীক। বিমানবন্দৰৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈ এই সমগ্র পথছোৱাত অগণন জনতাই প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়। লগতে সমগ্র পথছোৱাত অসমৰ বিভিন্ন কলা-কৃষ্টিৰ অনুষ্ঠানেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা হয়।

আনহাতে, প্ৰধানমন্ত্ৰীক আদৰণি জনাই তেওঁৰ অসম আগমন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “অসমভূমিলৈ স্বাগতম!

বিশ্বৰ যশস্বী নেতা মাননীয় শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াক অসমলৈ আদৰণি জনাবলৈ পাই পৰম ধন্য হৈছোঁ। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াই সুদূৰপ্রসাৰী দৃষ্টিভংগীৰে বিকশিত অসম নির্মাণৰ দিশত যোগাই অহা উৎসাহ-উদ্দীপনা আমাৰ বাবে সদায় এক প্রেৰণাৰ চিৰন্তন উৎস।”

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: WelcometoNarendraModiনৰেন্দ্ৰমোদীকগুৱাহাটীআদৰণি
Share4Tweet3Send

Related Posts

Tragic Loss I Couple Perishes in Maligaon Post Office Fire
Guwahati

Tragic Loss I Couple Perishes in Maligaon Post Office Fire

by Staff Reporter
November 16, 2025
50
Four Arrested in Silsako Eviction Protest as Women Stage Sit-in at Dispur PS
Guwahati

Four Arrested in Silsako Eviction Protest as Women Stage Sit-in at Dispur PS

by Staff Reporter
November 13, 2025
53
Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ
Guwahati

Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ

by Staff Reporter
October 17, 2025
52
Is Guwahati’s Homestay Boom Creating a Law-and-Order Crisis?
Guwahati

Is Guwahati’s Homestay Boom Creating a Law-and-Order Crisis?

by Staff Reporter
October 14, 2025
61
Fire at Fancybazar I ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩
Guwahati

Fire at Fancybazar I ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩

by Staff Reporter
October 3, 2025
54
Zubeen Garg I জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ, বাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক
Guwahati

Zubeen Garg I জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ, বাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক

by Staff Reporter
September 27, 2025
53
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d