ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

CM on Mahbubul Hoque detained : মহবুবুল হকক এক ডাঙৰ প্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2025
Reading Time: 1 min read
A A
0
CM on Mahbubul Hoque detained : মহবুবুল হকক এক ডাঙৰ প্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Four Arrested in Silsako Eviction Protest as Women Stage Sit-in at Dispur PS

Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ

Is Guwahati’s Homestay Boom Creating a Law-and-Order Crisis?

পৰীক্ষাত শিক্ষাৰ্থীক বিশেষ সুবিধা প্ৰদানৰ উদ্দেশ্যে পৰীক্ষা কেন্দ্ৰ সলনি আৰু অসৎ উপায়েৰে সহায়ৰ অভিযোগত আটক হোৱা ইউ এছ টি এমৰ উপাচাৰ্য (Vice Chancellor of USTM) মহবুবুল হক (Mahbubul Haque) সন্দৰ্ভত ডাঙৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী (Chief Minister’s big blast)ৰ।

মহবুবুল হকক আটক সন্দৰ্ভত (connection with the detention of Mohbubul Haque) সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়, “আমি কিছুদিন ধৰি এটা বৃহৎ চক্রক নিৰীক্ষণ কৰি আছিলোঁ। চক্রটিয়ে মেডিকেল, ইঞ্জিনিয়াৰিঙৰ প্রৱেশ পৰীক্ষা আৰু চি বি এছ ই পৰীক্ষাৰ আগত শিক্ষার্থীসকলৰ চেণ্টাৰ সলনি কৰে আৰু কিছু নির্দিষ্ট স্কুললৈ লৈ যায়। এনে কৰাৰ আঁৰত তেওঁলোকৰ এক অনৈতিক ব্যৱস্থা লুকাই আছে। শিক্ষা ব্যৱস্থাত এনে অপকর্ম ৰুধিবলৈ আমি দায়বদ্ধ।”

ustm 1 | ASSAM TIMES POST
মহবুবুল হকক এক ডাঙৰ প্ৰবঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ

তেওঁ লগতে কয়, “গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চি বি এছ চি পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হয়। পিছত যেতিয়া তাতে সুবিধা নাপালে ল’ৰা-ছোৱালীখিনিয়ে হুলস্থুল কৰিলে। লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। এইটো চি বি এছ চিতে সীমাবদ্ধ নাথাকি মেডিকেল প্ৰৱেশ পৰীক্ষাতো চলি থকা ডাঙৰ প্ৰবঞ্চনা এটা পোহৰলৈ আহিছে।”

আনহাতে, মহবুবুল হকক পুনৰ আক্ৰমণ কৰি তেওঁ কয়, “মই আগতেই কৈ আহিছোঁ যে এই মানুহজন বহুত ডাঙৰ প্ৰবঞ্চক হয়। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁৰ অধীনলৈ লৈ আহি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আহিছিল।”

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: CMonMahbubulHoqueDetainedমহবুবুলহকআটকসন্দৰ্ভত
Share4Tweet3Send

Related Posts

Four Arrested in Silsako Eviction Protest as Women Stage Sit-in at Dispur PS
Guwahati

Four Arrested in Silsako Eviction Protest as Women Stage Sit-in at Dispur PS

by Staff Reporter
November 13, 2025
53
Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ
Guwahati

Rahul Gandhi Tributes to Zubeen I সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ, পৰিয়ালক সাক্ষাৎ

by Staff Reporter
October 17, 2025
52
Is Guwahati’s Homestay Boom Creating a Law-and-Order Crisis?
Guwahati

Is Guwahati’s Homestay Boom Creating a Law-and-Order Crisis?

by Staff Reporter
October 14, 2025
61
Fire at Fancybazar I ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩
Guwahati

Fire at Fancybazar I ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩

by Staff Reporter
October 3, 2025
54
Zubeen Garg I জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ, বাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক
Guwahati

Zubeen Garg I জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ, বাসগৃহত সাক্ষাৎ গৰিমা আৰু পিতৃক

by Staff Reporter
September 27, 2025
53
Major Traffic Snarl in Guwahati After Multi-Vehicle Collision at Last Gate
Guwahati

Major Traffic Snarl in Guwahati After Multi-Vehicle Collision at Last Gate

by ASSAM TIMES POST
August 3, 2025
52
ADVERTISEMENT
Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10880) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d