ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mehul Choksi property auction : মেহুল চকছিৰ সম্পত্তি নিলামৰ প্ৰক্ৰিয়া আৰম্ভ

নিউজ ডেস্কঃ

News Desk by News Desk
February 15, 2025
Reading Time: 1 min read
A A
0
Mehul Choksi property auction : মেহুল চকছিৰ সম্পত্তি নিলামৰ প্ৰক্ৰিয়া আৰম্ভ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

পলাতক হীৰা ব্যৱসায়ী (Fugitive diamantaire) মেহুল চকছি (Mehul Choksi)ৰ সম্পত্তি নিলামৰ নিৰ্দেশ (Auction order) মুম্বাই আদালতৰ (Mumbai Court)। মেহুলৰ ১৩টা সম্পত্তি নিলাম (13 properties auctioned)ৰ নিৰ্দেশ দিয়া হৈছে। তেওঁৰ কোম্পানী গীতাঞ্জলি জেমছ লিমিটেডৰ সম্পত্তি মুম্বাই আদালতে নিলাম কৰিব।

পিএনবি কেলেংকাৰীত অভিযুক্ত (Accused in PNB scam) আছিল মেহুল চকছি। ইয়াৰ পিছত তেওঁ দেশ এৰি পলায়ন কৰে। এই গোচৰ সন্দৰ্ভত আদালতে কয় যে তেওঁক ধন আত্মসাতৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ফলত ভাৰতত থকা তেওঁৰ সকলো সম্পত্তি বিক্ৰী হ’ব। তাৰ পৰা লাভ কৰা সকলো ধন বেংকলৈ ঘূৰাই দিয়া হ’ব। 

মেহুলৰ সম্পত্তিৰ ভিতৰত আছে মুম্বাইৰ ছান্টাক্ৰুজত ৭টা ফ্লেট, ভাৰত ডাইমণ্ডৰ এটা প্ৰতিষ্ঠান, গুজৰাটৰ চুৰাটত চাৰিটা হীৰা পাৰ্ক আৰু তাত এখন দোকান। এই সকলোবোৰ সম্পত্তি অতি সোনকালে বিক্ৰী কৰা হ’ব। ইডিয়ে সকলো সম্পত্তি বিক্ৰীৰ নিৰ্দেশৰ বাবে আদালতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে। 

pnb 1 | ASSAM TIMES POST
মেহুল চকছিৰ সম্পত্তি নিলামৰ প্ৰক্ৰিয়া আৰম্ভ

বৰ্তমান এই সকলো ধন আই চি আই চি আই বেংকত ফিক্সড ডিপ’জিট হিচাপে ৰখা হ’ব। তাৰ পিছত তাৰ পৰাই ইয়াৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰা হ’ব। ২০১৮ চনৰ পৰা এই হীৰা ব্যৱসায়ীজনে ভাৰতৰ পৰা পলায়ন কৰি এন্টিগুৱাত বাস কৰি আছে। ইফালে তেওঁৰ অধিবক্তাই আদালতত কয় যে তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত। গতিকে এন্টিগুৱাৰ পৰা তেওঁ চিকিৎসাৰ বাবে বেলজিয়ামলৈ যায়। তেওঁৰ লগত আছে তেওঁৰ ভতিজাক আৰু পৰিয়ালৰ অন্যান্য সদস্য।

উল্লেখযোগ্য যে ২০১৮ চনত পিএনবি কেলেংকাৰিৰ সৈতে মেহুল চকছিৰ নাম জড়িত হৈ পৰিছিল। তেতিয়াৰ পৰাই তেওঁ ভাৰতৰ পৰা পলায়ন কৰে। ২০১৮ চনৰ জানুৱাৰী মাহত ভাৰত এৰি যোৱাৰ পিছত চকছি এন্টিগুৱা আৰু বাৰবুডাত বাস কৰা বুলি অনুমান কৰা হৈছে, যিটো কেলেংকাৰী পোহৰলৈ অহাৰ কিছু সময়ৰ পূৰ্বে আৰু কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৱে এফ আই আৰ ৰুজু কৰাৰ কিছু সময়ৰ পূৰ্বে। ইডিৰ তদন্তত প্ৰকাশ পাইছে যে মেহুল চকছিয়ে সহযোগী আৰু পিএনবিৰ বিষয়াৰ সৈতে ষড়যন্ত্ৰ কৰি ২০১৪ চনৰ পৰা ২০১৭ চনৰ ভিতৰত জালিয়াতিৰে লেটাৰ অৱ আণ্ডাৰটেকিং আৰু বিদেশী লেটাৰ অৱ ক্ৰেডিট লাভ কৰিছিল। পিছত ডিফল্ট হোৱাৰ ফলত চৰকাৰী বেংকটোৰ ৬,০৯৭.৬৩ কোটি টকা লোকচান হয়। ইয়াৰ উপৰি অভিযোগ উত্থাপন হৈছে যে মেহুল চকছিয়ে আই চি আই চি আই বেংকৰ পৰা ঋণ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

২০১৮ চনত চি বি আইৰ গোচৰ ৰুজু হোৱাৰ পিছত ইডিয়ে এই আৰ্থিক জালিয়াতিৰ তদন্ত আৰম্ভ কৰে। তেওঁলোকৰ তদন্তৰ ফলত দেশৰ ১৩৬টা স্থানত তালাচীৰ জৰিয়তে মেহুল চকছি গীতাঞ্জলি গ্রুপৰ কোম্পানীসমূহৰ পৰা ৫৯৭.৭৫ কোটি টকাৰ মূল্যৱান সামগ্ৰী আৰু গহনা জব্দ কৰা হয়।

Tags: MehulChoksiPropertyAuctionমেহুলচকছিৰসম্পত্তিনিলাম
Share4Tweet3Send

Related Posts

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

by News Desk
March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

by News Desk
March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

by News Desk
March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

by News Desk
March 6, 2026
50
Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 
National-International

Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

by News Desk
March 6, 2026
50
Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ
National-International

Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

by News Desk
March 6, 2026
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx