ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

LGBI Airport : গুৱাহাটী বিমানবন্দৰৰ পুনৰ উন্নীতকৰণ প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 5, 2025
Reading Time: 1 min read
A A
0
LGBI Airport : গুৱাহাটী বিমানবন্দৰৰ পুনৰ উন্নীতকৰণ প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

বুধবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত (Barjhar in Guwahati) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ (Lokpriya Gopinath Bordoloi International Airport) টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে বিমানবন্দৰৰ টাৰ্মিনাছটো নতুনকৈ সজাই তোলা হৈছে।

টাৰ্মিনাছটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, “এই বছৰৰ শেষৰফালে গুৱাহাটীয়ে এটা নতুন বিমানবন্দৰ লাভ কৰিব, যি বার্ষিক ১৩ নিযুত যাত্ৰীৰ ক্ষমতাযোগ্য হ’ব। এই ক্ষমতা বৰ্তমানৰ ক্ষমতাতকৈ ৪ গুণ অধিক। আজি আমি বিদ্যমান লোকপ্রিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰৰ টাৰ্মিনাছ উন্নীতকৰণ প্রকল্প শুভ উদ্বোধন কৰোঁ, যাতে যাত্ৰীসকলে নতুন বিমানবন্দৰটো কাৰ্যকৰী নোহোৱালৈকে এক বৰ্ধিত অভিজ্ঞতা উপভোগ কৰিব পাৰে।”

ghy 1 | ASSAM TIMES POST
গুৱাহাটী বিমানবন্দৰৰ পুনৰ উন্নীতকৰণ

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য আকাশী পৰিবহণ ব্যৱস্থা হৈছে গুৱাহাটী বিমানবন্দৰ। এই বিমানবন্দৰটোৰ বৰ্তমানৰ টাৰ্মিনাছটো উন্নীতকৰণ কৰি যাত্ৰীসকলক উন্নত আৰু আধুনিক সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। টাৰ্মিনাছটোত বিভিন্ন নতুন সুবিধা উপলব্ধ কৰাৰ লগতে আটকধুনীয়াকৈ সজাই ডিজিটেল মাধ্যমযোগে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

টাৰ্মিনাছটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ সন্মুখ ভাগটো ২০০ বৰ্গমিটাৰৰ পৰা ১০০০ বৰ্গমিটাৰ কৰা হৈছে। আনহাতে, ৮ টা প্ৰৱেশ পথৰ পৰা বৰ্তমান ১৪ টা বৃদ্ধি কৰা হৈছে।

ghy 2 | ASSAM TIMES POST
গুৱাহাটী বিমানবন্দৰৰ পুনৰ উন্নীতকৰণ প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ

আনহাতে, আগন্তুক এডভাণ্টেজ আছাম ২.০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা অতিথি তথা দেশ-বিদেশৰ পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ সন্মুখত এখন বাগিচা আৰু সুন্দৰ দেৱাল স্থাপন কৰা হৈছে।

ইয়াৰ উপৰি তেওঁ কয় যে নতুনকৈ নিৰ্মাণ হৈ থকা টাৰ্মিনেলটোৰ তৃতীয় অংশ অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।

Tags: LGBIAirportগুৱাহাটীবিমানবন্দৰলোকপ্ৰিয়গোপীনাথবৰদলৈআন্তৰাষ্ট্ৰীয়বিমানবন্দৰ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx