ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UCC in Gujarat I উত্তৰাখণ্ডৰ পিছত এইবাৰ গুজৰাট আগবাঢ়িছে অভিন্ন দেৱানী বিধি বলৱতৰ দিশত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 4, 2025
Reading Time: 1 min read
A A
0
UCC in Gujarat I উত্তৰাখণ্ডৰ পিছত এইবাৰ গুজৰাট আগবাঢ়িছে অভিন্ন দেৱানী বিধি বলৱতৰ দিশত

Oplus_131072

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

ইউনিফৰ্ম চিভিল কোড বা অভিন্ন দেৱানী বিধি অনাৰ পথত এইবাৰ আগবাঢ়িছে গুজৰাট (UCC in Gujrat)। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুযায়ী, মঙলবাৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এখন কমিটী গঠন কৰি ইউ চি চিৰ খচৰা প্ৰস্তুত কৰে।

UCC in Gujarat I
গুজৰাট আগবাঢ়িছে অভিন্ন দেৱানী বিধি বলৱতৰ দিশত:

পাঁচজনীয়া সমিতিখনৰ নেতৃত্বত আছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই।  

তেওঁৰ তত্ত্বাৱধানত অহা ৪৫ দিনৰ ভিতৰত কমিটীয়ে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে মঙলবাৰে কয় যে ভাৰতীয়ত্ব আমাৰ ধৰ্ম। ভাৰতৰ সংবিধান একমাত্ৰ পবিত্ৰ গ্ৰন্থ।

সেই সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সিদ্ধান্ত লৈছে যে সমগ্ৰ দেশতে একেধৰণৰ নিয়ম প্ৰৱৰ্তন কৰা হ’ব, যাতে সকলোৰে সম অধিকাৰ নিশ্চিত কৰিব পৰা যায়। পাঁচজনীয়া কমিটীৰ বিষয়েও মুখ্যমন্ত্রীয়ে অৱগত কৰে৷ অহা ৪৫ দিনৰ ভিতৰত বিধেয়কখন কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিতং প্ৰতিবেদন কমিটীয়ে দাখিল কৰিব।

উল্লেখ্য যে উত্তৰাখণ্ডত ২৭ জানুৱাৰীৰ পৰা ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে ৰঞ্জন প্ৰকাশৰ নেতৃত্বতে এখন কমিটী গঠন কৰি ইউ চি চি কাৰ্যকৰী কৰাৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত পৰ্যালোচনা কৰিছিল। উক্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰা হয়। এইবাৰ গুজৰাটেও একে পথতে খোজ দিবলৈ ওলাইছে। 

Tags: আগবাঢ়িছে অভিন্ন দেৱানী বিধি বলৱতৰ দিশতউত্তৰাখণ্ডৰ পিছত এইবাৰ গুজৰাট
Share4Tweet3Send

Related Posts

Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

by Staff Reporter
May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

by Staff Reporter
May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

by Staff Reporter
May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

উষ্ণতম গ্রীষ্ম!‌ ৫ ৰাজ্যত তাপ প্রবাহৰ সতর্কতা
National-International

‎তেলেংগানাত গ্ৰীষ্মপ্ৰবাহত মৃত্যু ১৬ I ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা ‎

by Staff Reporter
May 24, 2026
50
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
National-International

‎২১৭ জন ভাৰতীয়ই যোগ দিছিল ৰুছ সেনাবাহিনীত, মৃত্যু ৪৪ জনৰ I উচ্চতম ন্যায়ালয়ক জনালে মোদী চৰকাৰে

by Staff Reporter
May 24, 2026
50
ADVERTISEMENT
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত
National-International

‎পাকিস্তানত ৰেল বিস্ফোৰণ, বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদীৰ আক্ৰমণ I কমেও ২৪জন নিহত

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT