ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক নৃশংস ঘটনা।
পাষাণ পিতৃয়ে পুখুৰীত দলিয়ালে দুই কণমানি সন্তানক।
পানীত ডুবি মৃত্যুক সাবটি লয় ৩ বছৰীয়া পুত্ৰ আৰু ৭ বছৰীয়া কন্যাই।
ৰোহিণীকাষ গাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা।
অভিযুক্ত পিতৃ নজৰুল হকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।













