ASSAM TIMES POST
নিউজ ডেস্ক

অসমবাসীৰ বাবে এক সুখবৰ। গণৰাজ্য দিৱসত প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ সাংস্কৃতিক প্ৰতীকপট প্ৰদৰ্শনত অসমে দখল কৰিছে প্ৰথম স্থান।
বাঁহ, বেত আৰু কাঁহ শিল্পৰে প্ৰদৰ্শন কৰা হৈছিল এই প্ৰতীকপট।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰদান কৰে এই বঁটা। ৰাষ্ট্ৰীয় ৰংগশালা শিবিৰত প্ৰদান কৰা হয় বঁটা।













