ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Saif Ali Khan Attacked I নিজৰ ঘৰতে ছুৰীৰে আক্ৰমণ অভিনেতা চৈফ আলী খানক, চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 16, 2025
Reading Time: 1 min read
A A
0
Saif Ali Khan Attacked I নিজৰ ঘৰতে ছুৰীৰে আক্ৰমণ অভিনেতা চৈফ আলী খানক, চিকিৎসালয়ত ভৰ্তি

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

বলিউডৰ অভিনেতা চৈফ আলী খানক (Saif Ali Khan) নিজৰ ঘৰতে ছুৰীকাঘাত। জানিব পৰা মতে, তেওঁক তীক্ষ্ণ অস্ত্ৰৰে আঘাত কৰা হৈছিল। আঘাতপ্ৰাপ্ত চৈফক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Saif Ali Khan Attacked I
নিজৰ ঘৰতে ছুৰীৰে আক্ৰমণ অভিনেতা চৈফ আলী খানক:

আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে নিশা প্ৰায় ২ বজাত এজন অচিনাক্ত দুৰ্বৃত্তই চৈফৰ ঘৰত প্ৰৱেশ কৰে। আৰক্ষীৰ অনুমান, দুৰ্বৃত্তৰ প্ৰৱেশ ডকাইতিৰ উদ্দেশ্য আছিল। আক্ৰমণকাৰীয়ে চৈফক ছুৰীৰে আঘাত কৰে। পিছত তেওঁক মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চৈফ মুম্বাইৰ বান্দ্ৰাৰ ‘সতগুৰু শৰণ বিল্ডিং’ নামৰ এটা এপাৰ্টমেণ্টত বাস কৰে। অভিনেতাগৰাকীৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰো এই এপাৰ্টমেণ্টত বাস কৰে। চৈফে তেওঁৰ দুই সন্তান, আঠ বছৰীয়া টাইমুৰ আৰু চাৰি বছৰীয়া যিহোৱাৰ সৈতে বাস কৰে।

দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰাৰ সময়ত অভিনেতাজন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল শুই আছিল। শব্দ শুনি ঘৰৰ সকলোৱে সাৰ পায় আৰু দুৰ্বৃত্তই লগে লগে এপাৰ্টমেণ্টৰ পৰা পলাই যায়।
বান্দ্ৰা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলি আছে।

“চৈফ আলী খান লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এইটো স্পষ্ট নহয় যে তেওঁক ছুৰীৰে আঘাত কৰা হৈছিল নে ডকাইতৰ সৈতে হোৱা হতাহতিত আঘাতপ্ৰাপ্ত হৈছিল।আমি বিষয়টো অনুসন্ধান কৰি আছো। গোচৰটো মুম্বাই অপৰাধ শাখাৰ দ্বাৰা তদন্ত কৰা হৈছে।” আৰক্ষীয়ে এক বিবৃতি জাৰি কৰি সংবাদ মাধ্যম আৰু অনুৰাগীসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনায়। লগতে এইটোও কোৱা হৈছে যে বলিউডৰ নবাব কেনে আছে সময়ে সময়ে অৱগত কৰা হ’ব।

আনহাতে, লীলাৱতী চিকিৎসালয়ৰ অন্যতম শীৰ্ষ বিষয়া ডাঃ নীৰজ উট্টামণিয়ে কয় যে চৈফক পুৱা প্ৰায় ৩.৩০ বজাত চিকিৎসাৰ বাবে অনা হৈছিল। অভিনেতাজনৰ শৰীৰত ছয়টা আঘাত আছে। দুটা আঘাত গভীৰ। চৈফ মেৰুদণ্ডৰ ওচৰত আঘাতপ্ৰাপ্ত হোৱা বুলিও চিকিৎসালয় কৰ্তৃপক্ষই জনায়।
ইফালে চিকিৎসালয়ৰ শেহতীয়া সূত্ৰ অনুসৰি, অভিনেতাজনৰ বৃহস্পতিবাৰে অস্ত্ৰোপচাৰ চলি আছে।

তেওঁৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ এটা দল গঠন কৰা হৈছে। নিউৰোচাৰ্জন নিতিন ডাংগে, প্ৰসাধন শল্য চিকিৎসক লীনা জৈন আৰু এনাষ্টেচিঅ’লজিষ্ট নিশা গান্ধী চৈফৰ অস্ত্ৰোপচাৰৰ দায়িত্বত আছে। চিকিৎসালয়ৰ মতে, অস্ত্ৰোপচাৰৰ পিছতহে জানিব পাৰিব যে আঘাত কিমান গভীৰ।

Tags: আক্ৰমণ অভিনেতা চৈফ আলী খানকচিকিৎসালয়ত ভৰ্তিনিজৰ ঘৰতে ছুৰীৰে
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

by Staff Reporter
July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike
National-International

Sonam Wangchuk Hospitalized, CJP’s Abhijeet Dipke Starts Strike

by Staff Reporter
July 18, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx