ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

AAP MLA Suspicious Death I পঞ্জাবৰ আপ বিধায়কৰ ৰহস্যজনক মৃত্যু, গুলীবিদ্ধ অৱস্থাত ছুইমিং পুলৰ ওচৰত উদ্ধাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 11, 2025
Reading Time: 1 min read
A A
0
AAP MLA Suspicious Death I পঞ্জাবৰ আপ বিধায়কৰ ৰহস্যজনক মৃত্যু, গুলীবিদ্ধ অৱস্থাত ছুইমিং পুলৰ ওচৰত উদ্ধাৰ

Oplus_131072

RELATED POSTS

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

আম আদমি পাৰ্টীৰ বিধায়ক (AAP MLA died)  গুৰপ্ৰীত গোগী বছিৰ পঞ্জাবত ৰহস্যজনক মৃত্যু। ঘৰৰ ছুইমিং পুলৰ দাঁতিৰ পৰা উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁৰ মূৰত গুলীৰ আঘাত আছিল। কিন্তু কেনেকৈ গুলী লাগিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে বিধায়কজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

AAP MLA Suspicious Death I
পঞ্জাবৰ আপ বিধায়কৰ ৰহস্যজনক মৃত্যু:

৫৮ বছৰীয়া গুৰপ্ৰীত পঞ্জাবৰ লুধিয়ানা পশ্চিম সমষ্টিৰ বিধায়ক আছিল। শুকুৰবাৰে নিশা ছুইমিং পুলৰ কাষত তেওঁৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। নিশা ১২ মান বজাত তেওঁক উদ্ধাৰ কৰি দয়ানন্দ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। তাত থকা চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

পঞ্জাব আপৰ সভাপতি চৰণপাল সিং মক্কাৰ আৰু আৰক্ষী আয়ুক্ত কুলদীপ সিং চাহালে গুৰপ্ৰীতৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। শুকুৰবাৰে নিশা গুৰপ্ৰীতে এক বৈঠকৰ পৰা উভতি অহাৰ কথা আৰক্ষীক জনায়। নিশাৰ আহাৰ গ্ৰহণৰ পিছত তেওঁ ছুইমিং পুললৈ গৈছিল।

কিন্তু হঠাতে বন্দুকৰ গুলীৰ শব্দ আহে। গুৰপ্ৰীতে আত্মহত্যা কৰিছিল নে ভুলবশতঃ তেওঁৰ হাতৰ পৰা গুলী নিক্ষেপ হৈছিল, বা ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে কোনো সম্ভাৱনাও নুই কৰা নাই আৰক্ষীয়ে।
উল্লেখ্য যে ২০২২ চনত আপত যোগদান কৰিছিল গুৰপ্ৰীতে।

বিধানসভা নিৰ্বাচনত তেওঁ লুধিয়ানা পশ্চিমৰ দুবাৰৰ বিধায়ক ভাৰত ভূষণ আশুক পৰাস্ত কৰে। তেওঁৰ পত্নীও ৰাজনীতিৰ লগত জড়িত। পৌৰসভাৰ নিৰ্বাচনতো তেওঁক আপে মনোনীত কৰিছিল। কিন্তু কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়। পৰিয়ালৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱা গুৰপ্ৰীতে পঞ্জাব বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰে।

এজন সাংসদৰ সৈতেও তেওঁৰ বৈঠক আছিল। সেইদিনা তেওঁ লুধিয়ানাৰ প্ৰাচীন শীতলা মাতা মন্দিৰলৈ যায়। দুদিন পূৰ্বে উক্ত মন্দিৰটোৰ পৰা ৰূপৰ গহনা চুৰি হৈছিল। তেওঁ ভক্তসকলক আশ্বাস দিয়ে যে চোৰক ধৰি শাস্তি প্ৰদান কৰা হ’ব। তাৰ পিছতে এই মৃত্যুৰ ঘটনা। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গুলীবিদ্ধ অৱস্থাত ছুইমিং পুলৰ ওচৰত উদ্ধাৰপঞ্জাবৰ আপ বিধায়কৰৰহস্যজনক মৃত্যু
Share4Tweet3Send

Related Posts

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

by News Desk
September 12, 2026
51
ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ
National-International

ED Karnataka raid : কৰ্ণাটকৰ মন্ত্ৰীৰ ২১টা ঠিকনাত ইডিৰ তালাচীত ৩ কোটি উদ্ধাৰ, উদ্দেশ্যপ্ৰণোদিত আখ্যা মন্তব্য কংগ্ৰেছৰ

by News Desk
September 12, 2026
53
India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
National-International

India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ

by News Desk
September 12, 2026
51
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutan smuggling : ওড়িশাৰ জংঘললৈ ক’ৰ পৰা আহিছিল পাঁচটা ওৰাংওটাং, দীঘাত আটক ৩

by News Desk
September 12, 2026
52
BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩
National-International

BRICS India 2026 : দিল্লীত ব্ৰিকছ সন্মিলনৰ বিৰুদ্ধে খালিস্তানী সংগঠনৰ প্ৰচাৰ, গ্ৰেপ্তাৰ ৩

by News Desk
September 12, 2026
51
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

by News Desk
September 12, 2026
52
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
53
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d