ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ পূৰ্বৰ পত্নীৰ মূৰলী বিজয়ৰ সৈতে বিবাহৰ সেই কাহিনী !

ASSAM TIMES POST by ASSAM TIMES POST
January 27, 2020
Reading Time: 2 mins read
A A
0
ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ পূৰ্বৰ পত্নীৰ মূৰলী বিজয়ৰ সৈতে বিবাহৰ সেই কাহিনী !

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদন

সতীৰ্থৰ সৈতে পত্নীৰ সম্পৰ্কৰ ফলত ভাঙি গৈছিল ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ সংসাৰ৷ বিচ্ছেদৰ কেইবা মাহ পিছত আন এজন ক্ৰিকেটাৰ মূৰলী বিজয়ক বিয়া কৰাইছিল দীনেশৰ পত্নী নিকিতাই৷ ত্ৰিকোণ সম্পৰ্কৰ এই জটিলতাক লৈ তেতিয়া বিশেষ মুখৰোচক বাতৰিও প্ৰকাশ হৈছিল৷

2 8 | ASSAM TIMES POST

দীনেশ কাৰ্তিক আৰু নিকিতা বানজাৰা আছিল সৰুকালিৰ বন্ধু৷ কেৱল সেয়াই নহয়, তেওঁলোকৰ পিতৃ-মাতৃৰ মাজতো আছিল ঘনিষ্ঠ বন্ধুত্ব৷ ক’বলৈ গ’লে তেওঁলোক আছিল পাৰিবাৰিক বন্ধু৷ দীনেশ-নিকিতাৰ বিয়া হৈছিল ২০০৭ চনত৷ উইকেটকীপাৰ-বেটছমেন ২১ বছৰীয়া কাৰ্তিক আছিল তেতিয়া ভাৰতীয় দলৰ নিয়মিত সদস্য৷ মুম্বাইৰ এক নামী হোটেলত তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলা আৰম্ভ হয়৷

3 9 | ASSAM TIMES POST

নিকিতাৰ শৈশৱ অতিবাহিত হৈছিল কুৱেটত৷ কমাৰ্চৰ স্নাতক নিকিতাই লাহে লাহে পৰিচিত হয় ভাৰতীয় ক্ৰিকেট-বৃত্তৰ লগত৷ তেতিয়া ক্ৰমাৎ তাৰকাৰ সৈতে অভ্যস্ত হ’বলৈ ধৰিছিল৷ কেইবছৰমান পিছত তেওঁৰ পৰিচয় ঘটে মূৰলী বিজয়ৰ সৈতে৷ কিন্তু সেইটো যে সাধাৰণ পৰিচয় নাছিল সেইটো জানিবলৈ অনেক সময় লাগে কাৰ্তিকৰ৷

4 5 | ASSAM TIMES POST

তামিলনাডুৰ বাঁওহতীয়া বেটছমেন মূৰলী বিজয়ো তেতিয়া ভাৰতীয় দলৰ নিয়মিত সদস্য৷ ৰাষ্ট্ৰীয় দলৰ উপৰি ঘৰুৱা ক্ৰিকেটতো তেওঁ কাৰ্তিকৰ সতীৰ্থ৷ দুয়োজনেই তামিলনাডুৰ৷ ইয়াৰ উপৰি আইপিএলতো তেওঁলোকৰ একেখনেই ঘৰুৱা খেলপথাৰ৷ বিশেষ বন্ধুত্ব নাথাকিলেও শত্ৰুতাও নাছিল দুয়োৰে মাজত৷ কিন্তু কোনে জানিছিল যে এদিন এই দুই ক্ৰিকেটাৰে এক অদ্ভূত জটিলতাৰ সন্মুখীন হ’ব৷

5 4 | ASSAM TIMES POST

পাৰিবাৰিক জীৱনৰ এই বিতৰ্কিত অধ্যায়ক লৈ অৱশ্যে মুখ খোলা নাই দীনেশ কাৰ্তিক বা মূৰলী বিজয় কোনোৱেও৷ সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুযায়ী, এখন গুৰুত্বপূৰ্ণ ৰঞ্জী মেচৰ পূৰ্বে কাৰ্তিকে জানিবলৈ পাৰে মূৰলী-নিকিতাৰ সম্পৰ্কৰ কথা৷

6 4 | ASSAM TIMES POST

পাৰিবাৰিক জীৱনত ভূমিকম্প আহিলেও বাহিৰৰ জীৱনত তাৰ কঁপনি অনুভৱ হ’বলৈ নিদিলে কাৰ্তিকে৷ ২০১২ চনত তেওঁৰ নিকিতাৰ সৈতে বিবাহ বিচ্ছেদ ঘটে৷ কোনো অভিযোগ-প্ৰতি অভিযোগলৈ ন’গৈ পাৰস্পৰিক বুজাবুজিৰে বিবা হবিচ্ছেদৰ পথ বাচি লয় তেওঁলোকে৷ জানিব পৰা মতে সেই সময়ত অন্তঃসত্তা আছিল নিকিতা৷

7 4 | ASSAM TIMES POST

কাৰ্তিক-নিকিতাৰ বিবাহ বিচ্ছেদক লৈ পিছে সেই সময়ত সংবাদ মাধ্যমে সিমান মূৰ ঘমোৱা নাছিল৷ কিন্তু ঘটনাই নাটকীয় মোৰ লয় সেই সময়ত, যেতিয়া বিচ্ছেদৰ কেইমাহমান পিছত নিকিতাই বিয়া কৰায় মূৰলী বিজয়ক৷ জানিব পৰামতে, কোনো এক আইপিএল ছিজনৰ সময়ত মূৰলী-নিকিতা ৰকথা-বাৰ্তা চলিছিল৷ কিন্তু কিমান বছৰ দীনেশ কাৰ্তিকসহ সকলোৰে পৰা তেওঁলোকৰ সম্পৰ্ক গোপনে ৰাখিছিল, সেই বিষয়ে দুয়োজনৰে মুখ অদ্যপি বন্ধ৷

8 4 | ASSAM TIMES POST

২০১২ চনত জন্ম হয় নিকিতাৰ প্ৰথম সন্তানৰ৷ সন্তানৰ নাম ৰখা হয় নীৰৱ৷ ইয়াৰ পিছত আৰু এটি পুত্ৰ আৰু কন্যা সন্তানৰ মাতৃ হয় নিকিতা৷ তিনি সন্তানক লৈ মূৰলী-নিকিতাৰ সংসাৰ এতিয়া ভৰপূৰ৷

9 4 | ASSAM TIMES POST

স্বামীৰ মেচ উপভোগ কৰিবলৈ প্ৰায়েই ষ্টেডিয়ামলৈ যায় নিকিতা৷ ক্ৰিকেটাৰৰ পত্নীৰ উপৰি তেওঁৰ আন এক পৰিচয় আছে৷ তেওঁ এগৰাকী শিল্পী৷ মুম্বাইৰ এক থ্ৰি-ডি কাষ্টিং সংস্থাত কৰ্মৰত নিকিতা৷ চলমান খান আৰু চকলেটৰ ভক্ত নিকিতা৷

বিচ্ছেদৰ পিছত দীনেশ কাৰ্তিকো বেছিদিন অকলে নাথাকে৷ ২০১৩ চনত তেওঁ বিয়া কৰায় তাৰকা স্কোৱাছ খেলুৱৈ দীপিকা পাল্লিকলক৷ হিন্দু আৰু খ্ৰীষ্টান দুয়োটা ধৰ্মীয় ৰীতি মতেই বিয়া হয় তেওঁলোকৰ৷ এতিয়া দীপিকাৰ খেলৰ অন্যতম অনুৰাগী কাৰ্তিক৷

10 4 | ASSAM TIMES POST

নিকিতা আৰু দীপিকা দুয়োগৰাকী নিজৰ কেৰিয়াৰত উজ্জ্বল হ’লেও দুয়োগৰাকীৰ স্বামীয়েই বৰ্তমান ৰাষ্ট্ৰীয় দলৰ নিয়মীয়া সদস্য নহয়৷ দীনেশ কাৰ্তিকে শেষ টেষ্টত অংশগ্ৰহণ কৰিছিল ১৯১৮ৰ আগষ্টত ইংলেণ্ডৰ বিপক্ষে৷ মূৰলী বিজয়ৰ শেষ টেষ্ট আছিল সেই বছৰৰে ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিপক্ষে৷

11 4 | ASSAM TIMES POST

আইপিএলত দুয়োজনেই খেলিছে বিভিন্ন দলৰ হৈ৷ মূৰলী বিজয়ে আইপিএলৰ কেৰিয়াৰ আৰম্ভ কৰিছিল চেন্নাই ছুপাৰ কিংছৰ হৈ৷ ২০০৯ৰ পৰা ২০১৩লৈ পাঁচ বছৰ ত্ৰমাগতভাৱে তেওঁ চেন্নাইৰ হৈ আইপিএল খেলে৷ ইয়াৰ পিছত দিল্লী আৰু পঞ্জাবৰ হৈ খেলাৰ পিছত পুনৰ তেওঁ ২০১৯ত চেন্নাই দললৈ উভতি আহে৷

দীনেশ কাৰ্তিকে আইপিএলৰ কেৰিয়াৰ আৰম্ভ কৰে দিল্লী ডেয়াৰ ডেভিলছৰ হৈ৷ তাৰ পিছত বিভিন্ন ছিজনত মুম্বাই, ডেক্কান চাৰ্জাৰ্ছ, পঞ্জাব, গুজৰাট লায়ন্স, ৰয়েল চেলেঞ্জাৰত খেলে তেওঁ৷ ২০১৮ৰ পৰা তেওঁ গৌতম গম্ভীৰৰ পৰিৱৰ্তে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক৷

(ফটোঃ ফেচবুক)

Tags: Featured
Share5Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx