ASSAM TIMES POST
নিউজ ডেস্ক
৮৩জন যাত্রীসহ আফগানিস্তানৰ গজনিত ভূপতিত হ’ল বিমান। আৰিয়ানা এয়াৰলাইন্সেৰ ৩৫৮নং বিমানখনে সোমবাৰে আফগানিস্তানৰ দক্ষিণ প্রান্তৰ পৰা কাবুলৰ দিশৌ উৰা মাৰিছিল। দে অঞ্চলৰ ওপৰেদি যোৱাৰ সময়ত বিমানখন ভেভূপতিত হয়৷ উল্লেখ্য যে অঞ্চলটো তালিবান প্রভাৱিত। বিমানখন ভূপতিত হোৱাৰ কাৰণ সম্পর্কে কর্তৃপক্ষৰ তৰফৰ পৰা এতিয়াও কোনো বিবৃতি পোৱা হোৱা নাই।













