
ৰাজ্যবাসীলৈ নৱবৰ্ষৰ উপহাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) গুৱাহাটীত কেইবাটাও প্ৰকল্প মুকলি কৰে। আনহাতে, বছৰৰ প্ৰথম দিনটোতে এন কেইবাটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

ক’ত কি প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ
– পল্টন বজাৰত উদ্বোধন কৰে এখন ফুটব্ৰীজ।
– শিলপুখুৰীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নৱনিৰ্মিত স্মাৰক।
– খানাপাৰাত মিনি আই এছ বি টি (ISBT) উদ্বোধন।
– ৫৬ খন নতুন ইলেক্ট্ৰিক বাছ মুকলি।
– জালুকবাৰীত আন এক আই এছ বি টি নিৰ্মাণৰ ঘোষণা।
কি কি প্ৰকল্পৰ আধাৰশিলা স্থাপন
– অসম ৰাজ্যিক চিৰিয়াখানাত কেইবা কোটি টকাৰ এক অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন।
– কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত এটা নতুন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন।
–













