ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বকলীয়া ঘাটৰ লাংমিলিত পুতি ৰখা অৱস্থাত কোটি কোটি টকাৰ সাৰ আৰু কীটনাশক  উদ্ধাৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 25, 2020
Reading Time: 1 min read
A A
0
বকলীয়া ঘাটৰ লাংমিলিত পুতি ৰখা অৱস্থাত কোটি কোটি টকাৰ সাৰ আৰু কীটনাশক  উদ্ধাৰ

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

ডিফু : বকলীয়াঘাটৰ লাংমিলিত পুতি ৰখা অৱস্থাত কোটি কোটিৰ সাৰ আৰু কীটনাশক উদ্ধাৰ হোৱা ঘটনাই সাধাৰণ জনতাৰ লগতে দৰিদ্ৰ কৃষক সকলক উদ্বিগ্ন কৰি তুলিছে৷  অসমৰ সাধাৰণ কৃষকে খেতিৰ বাবে অকণমান সাৰ আৰু কীট নাশকৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া সময়তে বকলীয়াঘাটৰ লাংমিলিৰ চৰকাৰী কৃষিপাম চৌহদত কোটি কোটি টকাৰ সাৰ আৰু কীট নাশক উজ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/01/WhatsApp-Video-2020-01-25-at-10.15.46-PM.mp4

ৰাজ্যিক কৃষিমন্ত্ৰী গৰাকীয়ে ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনৰ ৰাইজৰ প্ৰত্যাশাক নেওচি গাদী বচোৱাৰ মাজতে বিভাগটোত সাৰ আৰু কীটনাশক যোগানৰ নামত এক বৃহৎ দূৰ্নীতি সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে ৷ উল্লেখযোগ্যযে এক গোপন সূত্ৰৰ পম খেদি কাৰবি আংলং জিলাৰ একাংশ সামাজিক সংগঠন আৰু সাংবাদিকৰ এটা দলে আজি অকস্মাতে কৃষি বিভাগৰ লুম্বাজং কৃষিৰ চক্ৰৰ লাংমিলি কৃষি পামত অভিযান চলাই ক্ষেত্ৰভিত্তিক অভিযানকালত পামখনৰ চৌহদৰ ভিতৰত মাটিৰ ভিতৰত পুতি থোৱা অৱস্থাত কেইবাকোটি টকাৰ মূল্যৰ বুজন পৰিমানৰ সাৰ আৰু কীট নাশক দ্ৰব্য উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ পৰিমাণ প্ৰায় দুই-তিনি ট্ৰাক হোৱাৰ লগতে ইয়াৰ মূল্য কেইবা কোটি টকা হব বুলি বিভিন্নজনে দাবী কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি বিগত কেইদিনমান পূৰ্বে চৰকাৰী কৃষি পামখনত এক বৃহৎ গাঁত খান্দি প্ৰায় দুই ট্ৰাক পৰিমাণৰ পাৰচিলো ৫০ আৰু মেনকোফৰ্ট কীটনাশক আৰু সাৰ পুতি থৈছিল ৷ আজি দুপৰীয়া উক্ত গাঁত সমূহ খান্দি পেলোৱাৰ ফলত গাঁতত টিন আৰু বস্তাত ভৰাই ৰখা সাৰ আৰু কীট নাশকখিনি উদ্ধাৰ হয় ৷ সাধাৰণ কৃষকে খেতিৰ সাৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়ত কি পৰিস্থিত্ত পৰি বিভাগটোৰ এই বৃহৎ পৰিমাণৰ সাৰ পুতি থব লগা হ’ল সেয়া অদ্যপি জানিব পৰা হোৱা নাই ৷ এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত হলে বৃহৎ পৰিমাণৰ সাৰ আৰু কীটনাশকৰ দূৰ্নীতিৰ কথা পোহৰলৈ আহিব আৰু দোষীয়ে উচিৎ শাস্তি পাব বুলি সচেতন মহলে মন্তব্য কৰে ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx