ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

‘Bharat Gaurav’ Award : বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱলালৈ “ভাৰত গৌৰৱ” সন্মান

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
December 13, 2024
Reading Time: 1 min read
A A
0
‘Bharat Gaurav’ Award : বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱলালৈ “ভাৰত গৌৰৱ” সন্মান

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

Child killed : বোকাখাতৰ ৰাজপথত নিয়ন্ত্ৰণ হীন ডাম্পাৰে মহতিয়ালে কনমানি শিশুক

বোকাখাত (Bokakhat)ৰ সমাজ জীৱনৰ অন্যতম কাণ্ডাৰী, বিশিষ্ট সমাজকৰ্মী (Eminent social worker) মহাবীৰ প্ৰসাদ আগৰৱালালৈ (Mahavir Prasad Agarwala) আগবঢ়োৱা হৈছে “ভাৰত গৌৰৱ” বঁটা (“Bharat Gaurav” Award)। কৰ্ণাটকৰ ভাৰত বিকাশ সংগমে (Bharat Vikas Sangam in Karnataka) এই সন্মান প্ৰদান (Giving honors) কৰিব। অহা ৫ ফেব্ৰুৱাৰীত ভাৰতীয় সাংস্কৃতিক মহোৎসৱত এই সন্মান আগবঢ়াব। উল্লেখ্য যে আৰ্তজনৰ ওচৰত সদায় ঠিয় হোৱা সমাজ কৰ্মীজনে কভিদ, বানপানী, তথা ছাত্ৰ-ছাত্ৰীক উচ্চশিক্ষাৰ বাবে আৰ্থিক সহযোগিতা, অনাথ আশ্ৰমত থকা শিশুসকলক বিহু, পূজা আদিত কাপোৰ প্ৰদান, চকু চিকিৎসা কৰি বহু ৰোগীক সুস্থ কৰাত বিশেষ সহায়, সমূহীয়া বিবাহ, শিক্ষানুষ্ঠান প্ৰতিষ্ঠা লগত জড়িত, নামঘৰ, মন্দিৰ আদিত বিশেষ সহায়, বোকাখাত নাট্য মন্দিৰ, পূজা মণ্ডপ, বিবাহ মণ্ডপ নিৰ্মাণত বিশেষ সহযোগিতা কৰি এগৰাকী বিশিষ্ট সমাজকৰ্মী হিচাবে ৰাইজে সন্মান কৰি আহিছে।

Boka 1 2 | ASSAM TIMES POST
বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱলালৈ “ভাৰত গৌৰৱ” সন্মান

ৰাজ্যিক বহু জাতীয় অনুষ্ঠানৰ লগত এক নিবিড় সম্পৰ্ক আগৰৱালা। অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা, সংস্কৃতিৰ উন্নয়নৰ এজন অন্যতম ব্যক্তি মহাবীৰ প্ৰসাদ আগৰৱলা। ভাৰত গৌৰৱ সন্মান লাভ কৰাত বোকাখাত নাট্য মন্দিৰ, বোকাখাত বাৰোৱাৰী পূজা সমিতি, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা নিউজ নেটৱৰ্ক, জে, ডি, এছ, জি মহাবিদ্যালয়, চন্দ্ৰনাথ বেজ বৰুৱা বিজ্ঞান মহাবিদ্যালয়, ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা কবি সন্মিলন আদি বিভিন্ন সংগঠনে অভিনন্দন জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: 'BharatGaurav'Award"ভাৰতগৌৰৱ"সন্মানMahavirPrasadAgarwalaমহাবীৰপ্ৰসাদআগৰৱলা
Share11Tweet7Send

Related Posts

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

by Staff Reporter
February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:
Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

by Staff Reporter
February 8, 2026
50
Child killed : বোকাখাতৰ ৰাজপথত নিয়ন্ত্ৰণ হীন ডাম্পাৰে মহতিয়ালে কনমানি শিশুক
Assam

Child killed : বোকাখাতৰ ৰাজপথত নিয়ন্ত্ৰণ হীন ডাম্পাৰে মহতিয়ালে কনমানি শিশুক

by News Desk
February 7, 2026
54
Assam Rifles Bust Major Drug Operation : Heroin Worth Rs 60 Lakh Seized
Assam

Assam Rifles Bust Major Drug Operation : Heroin Worth Rs 60 Lakh Seized

by News Desk
February 3, 2026
51
Me-Dam-Me-Phi I গুৱাহাটীত চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্রীৰ
Assam

Me-Dam-Me-Phi I গুৱাহাটীত চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্রীৰ

by Staff Reporter
January 31, 2026
50
Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ
Assam

Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

by News Desk
January 30, 2026
54
ADVERTISEMENT
Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up
National-International

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

February 9, 2026
50
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য
National-International

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sensational Incident at Guwahati School: 5 Students Injured in Attack by Fellow Student, School Authorities Accused of Cover-up

Husband killed by woman । পুৰণি প্ৰেমিকৰ বাবে বিয়াৰ ৩ মাহতে স্বামীক হত্যা

February 9, 2026
Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

Delhi crime । ফ্লাই অ’ভাৰত গাড়ীত উদ্ধাৰ মহিলাসহ তিনিজন লোকৰ মৃতদেহ, মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য

February 9, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11474) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d