ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jim Corbett National Park I বন সংৰক্ষণৰ নামত কৰবেট ৰাষ্ট্ৰীয় উদ্যানত মহিলাৰ ওপৰত নিৰীক্ষণৰ অভিযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 30, 2024
Reading Time: 1 min read
A A
0
Jim Corbett National Park I বন সংৰক্ষণৰ নামত কৰবেট ৰাষ্ট্ৰীয় উদ্যানত মহিলাৰ ওপৰত নিৰীক্ষণৰ অভিযোগ

Oplus_131072

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

New Logo Smal 5 | ASSAM TIMES POST

ঘৰুৱা অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ অৰণ্যলৈ যায় বহু মহিলা। তাত কাঠ, খৰি, ফলমূল সংগ্ৰহ, পৰিয়াল চলাবলৈ বনজ সম্পদ সংগ্ৰহ কৰাৰ লগতে বনাঞ্চলৰ কাষৰ গাঁওবোৰৰ মহিলাসকলে নিজৰ মাজত সুখ-দুখৰ কথা পাতে।

Jim Corbett National Park I
কৰবেট ৰাষ্ট্ৰীয় উদ্যানত মহিলাৰ ওপৰত নিৰীক্ষণৰ অভিযোগ:

দিনটোৰ শেষত ঘৰলৈ উভতি যায় তেওঁলোক। আনহাতে, অৰণ্যত থকাৰ সময়ত তেওঁলোকে বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিজৰ মাজতে চিঞৰি কথা পাতে, গানো গায়।

উত্তৰাখণ্ডৰ জিম কৰবেট অৰণ্যৰ (Jim Corbett)এই ঘটনাবোৰৰ বিষয়ে বহুতো কাহিনীত বৰ্ণনা কৰা হৈছে। এইবাৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত স্থানীয় মহিলাসকলক কেমেৰা আৰু ড্ৰোনেৰে নিৰীক্ষণৰ অভিযোগক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষক তৃষান্ত চিমলাইয়ে শেহতীয়াকৈ ‘এনভায়ৰনমেণ্ট এণ্ড প্লেনিং এফ’ আলোচনীত এখন প্ৰতিবেদন প্ৰকাশ কৰিছে । তাত কোৱা হৈছে, “একাংশ বন ৰেঞ্জাৰে বনাঞ্চলৰ পৰা প্ৰাকৃতিক সম্পদ আহৰণ কৰিবলৈ চেষ্টা কৰি থকা স্থানীয় মহিলাসকলক ভয় খুৱাবলৈ আৰু তেওঁলোকক প্ৰাকৃতিক সম্পদ সংগ্ৰহ কৰাত বাধা দিবলৈ ড্ৰোন উৰুৱায়।”

১৪ মাহ ধৰি তৃষান্তসহ দলটোৱে কমেও ২৭০ গৰাকী স্থানীয় মহিলাৰ সৈতে কথা পাতে। এগৰাকী মহিলাই তৃষান্তক কয়, “অৰণ্যত কাঠ সংগ্ৰহ কৰোঁতে আমি প্ৰায়ে অনুভৱ কৰোঁ যে কোনোবাই নহয় কোনোবাই সকলো সময়তে আমাৰ ওপৰত চকু ৰাখিছে। গতিকে আমি নিজৰ মাজত কথা পতা বন্ধ কৰিলোঁ। যেতিয়া কথা কওঁ, ফুচফুচাই কওঁ, যাতে আন কোনেও শুনিব নোৱাৰে। বা কেতিয়াবা গানো গাইছিলোঁ। কিন্তু এতিয়া গান নাগাওঁ।”

তৃষান্তে কয় যে ইয়াৰ ফলস্বৰূপে মহিলাসকলে প্ৰায়ে বন্যজন্তুৰ সন্মুখীন হয়। শেহতীয়াকৈ তৃষান্তে এগৰাকী মহিলাৰ সৈতে কথা পাতে, যাক বাঘে আক্ৰমণ কৰিছিল।

ইয়াৰ উপৰি কিছুমান মহিলাই একাংশ বন ৰেঞ্জাৰৰ ওপৰত তেওঁলোকৰ ব্যক্তিগত ভিডিঅ’ লোৱা আৰু সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। তাৰবাবে তেওঁলোকক হাৰাশাস্তিও কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ওপৰত নিৰীক্ষণৰ অভিযোগকৰবেট ৰাষ্ট্ৰীয় উদ্যানত মহিলাৰবন সংৰক্ষণৰ নামত
Share4Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d