ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Felicitation to Kurusar Timung : আইকন বঁটা প্ৰাপক কুৰুচাৰ তিমুঙক ডিফুত ৰাজহুৱা সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
November 29, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

দেশৰ ৰাজধানী নতুন দিল্লীত চলিত বৰ্ষৰ ১৬ চেপ্টেম্বৰত কাৰবি আংলঙৰ সুযোগ্য সন্তান (Privileged child of Karbi Anglong) তথা ভাৰতীয় কিষাণ সংঘ (Bharatiya Kisan Sangh) অসম ৰাজ্যিক সভাপতি (Assam State President) কুৰুচাৰ তিমুঙে (Kurusar Timung) কৃষি খণ্ডত আগবঢ়োৱা অনবৈদ্য বৰঙণিৰ বাবে পঞ্চম ইণ্ডিয়ান আইকণ বঁটা (5th Indian Icon Award) লাভ কৰাৰ বাবে আজি ডিফু (Diphu)ৰ ফাৰ্মাৰ্চ গ্ৰ’থ চেণ্টাৰত কুৰুচাৰ তিমুঙক ৰাজহুৱাভাবে কেইবাটাও দল সংঘঠনে উষ্ম সম্বৰ্ধনা জ্ঞাপন (Felicitation) কৰে৷

DiphuP 3 | ASSAM TIMES POST
কুৰুচাৰ তিমুঙক ডিফুত ৰাজহুৱা সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ

ব্ৰক্ষ্মপুত্ৰ পূৰ্ব জ্যোতি এগ্ৰ’ ইণ্ডাষ্ট্ৰিজ ডেভলপমেণ্ট ছ’চাইটি, গুৱাহাটী, কাৰবি আন এমপ্লয়িজ এছচিয়েছন, ডিফু, কাৰবি এক্স ৰিভুল্যুশ্যনাৰী ফ’ৰাম, প্ৰাক্তন আলফা ঐক্য মঞ্চ, ডিফু, কাৰবি আংলং জিলা ভাৰতীয় কিষাণ সংঘ, হিলছ অৰ্গেনিক কো- অপাৰেটিভ ছ’চাইটি, ডিফু, প্ৰধান মন্ত্ৰী বন্ধন বিকাশ কেন্দ্ৰ, ডিফু আৰু কাৰবি আংলং এগ্ৰি হৰ্টি ফাৰ্মাৰ প্ৰডাকছন কোম্পানী ডিফুয়ে যৌথভাবে আয়োজন কৰা এক গাম্ঙীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে কুৰুচাৰ তিমুঙক সম্বৰ্ধনা জ্ঞাপন (Felicitation) কৰা হয় ৷

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰ দেশৰ ৰাজধানী নতুন দিল্লীত বিশ্ব বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বাৰা সহ-উপস্থাপন কৰা আৰু ভাৰতীয় এমএছএমই আৰু নীতি আয়োগৰ দ্বাৰা স্বীকৃত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ দ্বাৰা চালিত গ্লোবেল এক্সেলেন্স ফ’ৰামৰ দ্বাৰা পঞ্চম সংস্কৰণ ইণ্ডিয়ান আইকনবঁটা 2024 প্ৰদান কৰা হৈছিল কাৰবি আংলঙৰ সুযোগ্য সন্তান কুৰুছাৰ তিমুঙক৷

Tags: FelicitatedKurusarTimungকুৰুচাৰতিমুঙকসম্বৰ্ধনা
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026
50
Fuel price review : ১৫ দিনৰ মূৰে মূৰে পুনৰীক্ষণ হ’ব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
National-International

India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

May 12, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi Student harrased I দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুগৰাকী যুৱতীক হাৰাশাস্তি

May 12, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi I এইবাৰ অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বাবে বিদ্যালয়সমূহলৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বাৰ্তা

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx