ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maharashtra road accident I মহাৰাষ্ট্ৰত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ১১, আহত ২৬

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 29, 2024
Reading Time: 1 min read
A A
0
Maharashtra road accident I মহাৰাষ্ট্ৰত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ১১, আহত ২৬

Oplus_131072

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Maharastra Accident)। দিনৰ প্ৰায় ১২-১২.৩০ বজাত অৰ্জুনী তালুকৰ খাজৰী গাঁৱৰ ওচৰত নাগপুৰৰ পৰা গণ্ডিয়া অভিমুখী বাছখন পথৰ ওপৰতে লুটি খায় পৰে। বাছখন মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অধিনস্থ শিৱশাহী বাছ।
Maharashtra road accident I
মহাৰাষ্ট্ৰত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ১১, আহত ২৬:

এই দুৰ্ঘটনাত কমেও ১১ গৰাকী লোক নিহত হয়। ইয়াৰ উপৰি আন ২৬ গৰাকী আহত হয় হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আহতসকলক গণ্ডিয়া জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে জনোৱা মতে, বাছখনত ৩০ গৰাকীৰো অধিক যাত্ৰী আছিল।

ইফালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, মহাৰাষ্ট্ৰৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে। চৰকাৰী সূত্ৰ মতে, নিহত নজনৰ পৰিচয় জানিব পৰা গৈছে।

তেওঁলোক হৈছে স্মিতা সূৰ্যবংশী (৩২), মগলা লাঞ্জেৱাৰ (৬০), ৰাজেশ লাঞ্জেৱাৰ, কল্পনা ৱাংখেড়ে (৬৫), ৰামচন্দ্ৰ কানোজে (৬৫), আৰিফ চয়ীদ (৪২), অজহাৰ আলী চয়ীদ (৫৫) আৰু নয়না বিশাল মিটকাটি (৩৫)। উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বাছ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আনহাতে, দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি এক্সৰ পোষ্টত ৱিখিছে, “মহাৰাষ্ট্ৰৰ গণ্ডিয়াত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে দুখিত। প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অনুদান প্ৰদান কৰা হ’ব।”

Tags: আহত ২৬নিহত ১১মহাৰাষ্ট্ৰত শোকাৱহ বাছ দুৰ্ঘটনাত
Share4Tweet3Send

Related Posts

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx