ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam University Diphu Campus I অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন সাময়িকভাৱে স্থগিত

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
November 25, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Rakibul Hussain I ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী

ডিফুত সন্দেহযুক্ত হেৰ’ইনসহ আটক এজন

ডিফুত হিলচ পিপুল কালচাৰেল ফ’ৰামৰ  সংবাদমেল

অসম বিশ্ববিদ্যালয় ডিফু চৌহদ (Assam University Diphu Campus)ত ছাত্র একতা সভাই ৫টা মূল বিষয় লৈ বিগত চাৰিদিন ধৰি তলা বন্ধ কৰি থকা আন্দোলন  আজিৰে পৰা সাময়িকভাবে উঠাই লয়। জিলা আয়ুক্ত নিৰলা ফাংচ’পী আৰু আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আজি ডিফু চৌহদত উপস্থিত হৈ ছাত্র একতা সভাৰ নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছতেই ছাত্র একতা সভাই সাময়িকভাবে আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে ছাত্র একতা সভাৰ নেতৃত্বত হোৱা আন্দোলনত ছাত্র একতা সভাই ২০২৪-২৫ বৰ্ষৰ বাবে খালী থকা আসনসমূহত ছাত্র-ছাত্রীৰ নাম ভর্তিকৰণ, বিশ্ববিদ্যালয়খনত অধ্যয়নবত ছাত্র-ছাত্রীসকলৰ বাবে পর্যাপ্ত বাছ সেৱা যোগান ধৰা, বিশ্ববিদ্যালয় চৌহদত এখন খেলপথাৰ নির্মাণ কৰা, ছাত্র আৰু ছাত্রী নিবাস শীঘ্রে নির্মাণ সম্পূর্ণ কৰা, ছাত্র- ছাত্রী অনুপাতে নথকা অধ্যাপকৰ পদ পূৰণ কৰা আদি দাবীত আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিছিল। আজি জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে চৌহদত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত কয় যে ছাত্র-ছাত্রীৰ ধর্ণা সন্দৰ্ভত চৌহদৰ সম-উপাচার্যগৰাকী আমাৰ কার্যালয়লৈ আহিছিল আৰু এই সন্দর্ভত বিতং তথ্য দাখিল কৰিছিল।

অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন সাময়িকভাৱে স্থগিত
অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন সাময়িকভাৱে স্থগিত

আজি ইয়াত উপস্থিত হৈ মই ছাত্র-ছাত্রীব সৈতে মতবিনিময় কৰি তেওঁলোকৰ দাবীসমূহ সত্য বুলি প্রতিপন্ন হৈছো। এই গোটেই দাবী পূৰণ কৰিবলৈ কিছু সময়ৰ আৱশ্যক হ’ব। তথাপি খেলপথাৰ, ছাত্র-ছাত্রী আৱাস আদি বিষয়সমূহ শীঘ্রে সমাধান কৰা হ’ব। এসপ্তাহৰ ভিতৰত খেলপথাৰ নির্মাণৰ কাম আৰম্ভ হ’ব বুলিও আয়ুক্তগৰাকীয়ে সদবি কৰে।

অধ্যাপকৰ আসন পূৰণ সম্পৰ্কত চৰকাৰক বিষয়টো দৃষ্টি গোচৰ কৰোৱা হ’ব বুলিও আয়ুক্তগৰাকীয়ে কয়। ছাত্র সংগঠনটোৰ নেতৃবর্গই সংবাদমাধ্যমৰ আগত জিলা আযুক্তৰ প্রতিশ্রুতি অনুযায়ী এই আন্দোলন সাময়িকভাবে প্রত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰি আজিৰে পৰা ডিফু চৌহদৰ তলা মুক্ত কৰা হ’ল বুলি ঘোষণা কৰাৰ লগতে দাবীসমূহ পূৰণ নহ’লে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি হুংকাৰ দিয়ে৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AssamUniversityDiphuCampusঅসমবিশ্ববিদ্যালয়ডিফুচৌহদআন্দোলন
Share9Tweet6Send

Related Posts

Rakibul Hussain I ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী
KARBI ANGLONG

Rakibul Hussain I ডিফুত সাংসদ ৰকিবুল হুছেইন :গৌৰৱ গগৈ সভাপতি হোৱাৰে পৰা শংকিত হৈছে মুখ্যমন্ত্ৰী

by ASSAM TIMES POST
July 14, 2025
52
ডিফুত সন্দেহযুক্ত হেৰ’ইনসহ আটক এজন
KARBI ANGLONG

ডিফুত সন্দেহযুক্ত হেৰ’ইনসহ আটক এজন

by Staff Reporter
July 13, 2025
61
ডিফুত হিলচ পিপুল কালচাৰেল ফ’ৰামৰ  সংবাদমেল
KARBI ANGLONG

ডিফুত হিলচ পিপুল কালচাৰেল ফ’ৰামৰ  সংবাদমেল

by Staff Reporter
July 12, 2025
54
কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ দায়িত্বভাৰ গ্ৰহণ
KARBI ANGLONG

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ দায়িত্বভাৰ গ্ৰহণ

by Staff Reporter
July 12, 2025
58
দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
KARBI ANGLONG

দুদিনীয়া কাৰ্বি আংলং ভ্ৰমণ সামৰি ৰাজভৱনলৈ উভতিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

by ASSAM TIMES POST
July 11, 2025
79
দুদিনীয়া ভ্ৰমণসূচীলৈ ডিফুত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য
KARBI ANGLONG

দুদিনীয়া ভ্ৰমণসূচীলৈ ডিফুত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য

by Staff Reporter
July 10, 2025
85
ADVERTISEMENT
Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু
National-International

Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু

July 15, 2025
50
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ
National-International

NPPA on medicines price । ৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ, গেজেট বিজ্ঞপ্তি জাৰি

July 15, 2025
50
Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ
National-International

Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ

July 15, 2025
50
Yemen nurse case I য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

Yemen nurse case I য়েমেনত নিমিষাৰ ফাঁচি বন্ধ কৰিবলৈ ভাৰতে আৰু একো কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

July 15, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু

Fauja Singh dies I পঞ্জাৱৰ কিংবদন্তি দৌৰবিদ ফৌজা সিঙৰ ১১৪ বছৰ বয়সত দুৰ্ঘটনাত মৃত্যু

July 15, 2025
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

NPPA on medicines price । ৭১ বিধ ঔষধৰ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ, গেজেট বিজ্ঞপ্তি জাৰি

July 15, 2025
Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ

Irish Mass Grave I ৭৯৬ টা শিশুক চেপ্টিক টেংকত সমাধিস্থ, আয়াৰলেণ্ডত ৰহস্য উন্মোচন কৰিবলৈ গণকবৰ খনন আৰম্ভ

July 15, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13695) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3417) Lifestyle (24) literature (16) National-International (10321) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d