ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ১২৪ সংখ্যক নেতাজীৰ জন্ম জয়ন্তী পালন

ASSAM TIMES POST by ASSAM TIMES POST
January 23, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদযাপন কৰা হয় স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৪ সংখ্যক জন্মজয়ন্তী৷ এই উপলক্ষে নেতাজী কনছাইন্স কো’ অৰ্ডিনেছন ছ’চাইটিৰ উদ্যোগতডিফুৰ আৱৰ্তভৱনৰ সন্মূখত থকা নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ উক্ত কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

WhatsApp Image 2020 01 23 at 05.19.27 1 | ASSAM TIMES POST

ইয়াৰোপৰি চহৰখনৰ হৰিলাল বস্তি কালী মন্দিৰ প্ৰাংগণতো নেতাজীৰ জন্মজয়ন্তী পালন কৰা হয় ৷ এইলৈ পতাকা উত্তোলন কৰে গমণ মেধি আৰু সজল দেৱে ৷ ইয়াৰোপৰি নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ক্ৰমে, আব্দুল কৰিম লষ্কৰ আৰু টিকেন দেৱৰায়ে ৷ তেওঁলোকক মন্দিৰ কমিটিৰ অনান্য সদস্য সকলে অনুসৰণ কৰে৷

WhatsApp Image 2020 01 23 at 05.19.26 | ASSAM TIMES POST

ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি বঁটা বিতৰণ কৰা হয়৷ আনহাতে সন্ধিয়াৰ ভাগত ডিফু ফৰেইন মাৰ্কেটৰ ব্যৱসায়ী সকলেও নেতাজী গৰাকীৰ জন্মদিনৰ কেক কাটি মমবাতি প্ৰজলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাঙে কেক কাটি ব্যৱসায়ী সকলক প্ৰেৰণা যোগায়৷

WhatsApp Image 2020 01 23 at 05.19.26 1 | ASSAM TIMES POST

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
50
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx