ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ অসমত বিশেষ সতৰ্কতামূলক ব্যৱস্থা

নিউজ ডেস্কঃ

News Desk by News Desk
November 19, 2024
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ অসমত বিশেষ সতৰ্কতামূলক ব্যৱস্থা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

মণিপুৰৰ হিংসাত্মক (Manipur violence) পৰিস্থিতিৰ প্ৰভাৱ যাতে অসম-মণিপুৰ সীমান্তত নপৰে তাৰ বাবে অসম আৰক্ষী (Assam Police)য়ে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ (Taking precautionary measures) কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি পি সিঙে এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। তাৰ পিচতেই অসম-মণিপুৰ সীমান্তত নিছিদ্ৰ পহৰাৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীয়ে।

অসম পুলিচৰ সৈতে নিৰাপত্তাৰক্ষীয়ে অসম-মণিপুৰ সামীন্তত যৌথ অভিযান চলাইছে। বিশেষকৈ মণিপুৰ সীমান্তৰ কাছাৰ জিলা (Cachar district on Manipur border)ত যাতে কোনো প্ৰভাৱ পৰিব নোৱাৰে তাৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। ইয়াৰ বাবে সীমান্তত অসম আৰক্ষীসহ কমাণ্ডো বেটেলিয়ন মোতায়েন কৰা হৈছে আৰু সীমান্ত অঞ্চলত অহৰ্নিশে টহল দিয়াৰ লগতে নদীপথতো নদী আৰক্ষীয়ে সজাগতা অৱলম্বন কৰিছে৷

cachar 1 | ASSAM TIMES POST
মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ অসমত বিশেষ সতৰ্কতামূলক ব্যৱস্থা

উল্লেখ্য যে যোৱা সপ্তাহত অসম-মণিপুৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবাম জিলাত ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে। তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ অনা হয় আৰু তাতেই প্ৰায় ৫ দিন থকাৰ পিছত শনিবাৰে মণিপুৰলৈ উভতাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

কিন্তু সেই সময়তে অসম- মণিপুৰ সীমান্তৰ অসমত বাস কৰা একাংশ কুকি লোকে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয়। আনহাতে, কিছুদিন পূৰ্বে ছয়গৰাকী মেইটেই শিশু-মহিলাক সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰে। ইয়াৰে পাঁচজনৰ মৃতদেহ কাছাৰ জিলাত জিৰি নদীত উদ্ধাৰ হয়। এই ঘটনাৰে পিচতে অসম-মণিপুৰ সীমান্তৰ অসমৰ ভূমিত এক চেপা উত্তেজনাই বিৰাজ কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

Tags: AssamBorderSecurityManipurViolenceঅসম-মণিপুৰসীমান্তমণিপুৰৰহিংসা
Share4Tweet3Send

Related Posts

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx