ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰীৰ জৰুৰী বৈঠক, প্ৰেৰণ কৰিব চি এ পি এফৰ ৫০ অতিৰিক্ত কোম্পানী

নিউজ ডেস্কঃ

News Desk by News Desk
November 18, 2024
Reading Time: 1 min read
A A
0
Manipur Violence : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰীৰ জৰুৰী বৈঠক, প্ৰেৰণ কৰিব চি এ পি এফৰ ৫০ অতিৰিক্ত কোম্পানী

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

হিংসাজৰ্জৰ মণিপুৰলৈ (Manipur Violence) কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) ৫,০০০তকৈ অধিক নিৰাপত্তা বাহিনীৰ ৫০ টা (50 of the security forces) অতিৰিক্ত কোম্পানী প্ৰেৰণৰ সিদ্ধান্ত (Decision to send additional companies) গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Home Ministry)। সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ অনুষ্ঠিত কৰা এক গুৰুত্বপূৰ্ণ বৈঠকত অই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনমহাতে, মণিপুৰৰ ৰাজ্যখনৰ অস্থিৰ পৰিস্থিতিৰ অৱসানৰ বাবেও বৈঠকত বিশেষ ৰণনীতি প্ৰস্তুত কৰা হয়।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ লগতে গৃহ বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত গৃহমন্ত্ৰীয়ে এই বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ বাবে অমিত শ্বাহে দেওবাৰে মহাৰাষ্ট্ৰত নিৰ্বাচনী ৰেলী বাতিল কৰে আৰু মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লৈ ততাতৈয়াকৈ বৈঠকখনৰ আহ্বান জনায়।

crpa | ASSAM TIMES POST
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰীৰ জৰুৰী বৈঠক, প্ৰেৰণ কৰিব চি এ পি এফৰ ৫০ অতিৰিক্ত কোম্পানী

উল্লেখ্য যে শনিবাৰে নিশা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পৈতৃক বাসগৃহত আক্ৰমণ কৰাৰ প্ৰতিবাদকাৰীৰ প্ৰচেষ্টা বিফল নিৰাপত্তাৰক্ষীয়ে কৰে যদিও ইম্ফল উপত্যকাত এজন জ্যেষ্ঠ মন্ত্ৰী, দুজন বিজেপি বিধায়ক আৰু এজন কংগ্ৰেছ বিধায়কৰ বাসগৃহত উন্মত্ত জনতাই অগ্নিসংযোগ কৰে।

ক্ষুব্ধ ৰাইজে নিংথৌখঙত গড়কাপ্টানী মন্ত্ৰী গোবিন্দস কন্থৌজাম, লংমেইডং বজাৰস্থিত হিয়াংলামৰ বিজেপি বিধায়ক ৱাই ৰাধেশ্যাম, থৌবাল জিলাৰ ৱাংজিং দোনাৰ বিজেপি বিধায়ক পাওনম ব্ৰজেন আৰু ইম্ফল পূব জিলাৰ খুন্দ্ৰাকপামৰ কংগ্ৰেছ বিধায়ক থ লোকেশ্বৰৰ ঘৰত অগ্নিসংযোগ কৰে।

Tags: ManipurViolenceচিএপিএফকোম্পানীমণিপুৰৰঅতিৰিক্তকোম্পানী
Share4Tweet3Send

Related Posts

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

by News Desk
June 23, 2026
50
Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
ADVERTISEMENT
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx